‘ৰঙালী’ত দীপলিনা ডেকাৰ ৰং, কণ্ঠশিল্পীগৰাকীৰ এই ৰূপত আপ্লুত অনুৰাগী Assam news - Assam Tv9

‘ৰঙালী’ত দীপলিনা ডেকাৰ ৰং, কণ্ঠশিল্পীগৰাকীৰ এই ৰূপত আপ্লুত অনুৰাগী

Updated On: 

24 Jun 2024 20:20 PM

অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পীৰ দীপলিনা ডেকা। ছ’চিয়েল মিডিয়াতো দীপলিনাৰ আছে লাখ লাখ অনুৰাগী।

1 / 5মুখত

মুখত মিচিকীয়া হাঁহি থকা দীপলিনা ডেকা যুৱ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয়।

2 / 5

দীপলিনাৰ কণ্ঠয়ে হওক বা অভিনয়ে হওক সকলো ক্ষেত্ৰতে অনন্য।

3 / 5

ৰোমাণ্টিক গীতৰ পৰা বিহু গীতলৈ, একাধিক জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে দীপলিনা ডেকাই।

4 / 5

সামাজিকক মাধ্যমত কণ্ঠশিল্পীগৰাকীৰ আছে বহু হাজাৰ অনুৰাগী।

5 / 5

এইবাৰ খানাপাৰাত অনুষ্ঠিত 'ৰঙালী'ত সংগীতৰ ৰঙ চটিওৱাৰ লগতে ৰেম্প ৱাক কৰা দেখা গল দীপলিনাক।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?