দুৰ্গা পূজা উপলক্ষে দেওপানী দুৰ্গা মন্দিৰত ভক্তৰ ভিৰ, জানক মন্দিৰৰ ৰহস্য
দেওপানী চাহ বাগিচাত অৱস্থিত মা দুৰ্গা প্ৰতি উৎসৰ্গিত মন্দিৰ। দেওপানীত উদ্ধাৰ কৰা আৰু প্ৰতিষ্ঠাপিত প্ৰত্নতাত্ত্বিক মূল্যবিজড়িত শৈলমূৰ্তিসমূহ নৱম-দশম শতিকাৰ। থানৰ পৰা প্ৰায় ২ কিল’মিটাৰ আগলৈ সুপ্ৰাচীন মূৰ্তি প্ৰতিষ্ঠাৰে ঐতিহ্যমণ্ডিত শিৱ থান এখন আছে। প্ৰতি বছৰে অনুষ্ঠিত দুৰ্গা পূজাত মন্দিৰত ভক্ত সকলৰ ভিৰ পৰিলক্ষিত হয়।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5