দুৰ্গা পূজা উপলক্ষে দেওপানী দুৰ্গা মন্দিৰত ভক্তৰ ভিৰ, জানক মন্দিৰৰ ৰহস্য | Devotees throng Deopani Durga Temple on the occasion of Durga Puja Assam news - Assam Tv9

দুৰ্গা পূজা উপলক্ষে দেওপানী দুৰ্গা মন্দিৰত ভক্তৰ ভিৰ, জানক মন্দিৰৰ ৰহস্য

Published: 

11 Oct 2024 08:17 AM

দেওপানী চাহ বাগিচাত অৱস্থিত মা দুৰ্গা প্ৰতি উৎসৰ্গিত মন্দিৰ। দেওপানীত উদ্ধাৰ কৰা আৰু প্ৰতিষ্ঠাপিত প্ৰত্নতাত্ত্বিক মূল্যবিজড়িত শৈলমূৰ্তিসমূহ নৱম-দশম শতিকাৰ। থানৰ পৰা প্ৰায় ২ কিল’মিটাৰ আগলৈ সুপ্ৰাচীন মূৰ্তি প্ৰতিষ্ঠাৰে ঐতিহ্যমণ্ডিত শিৱ থান এখন আছে। প্ৰতি বছৰে অনুষ্ঠিত দুৰ্গা পূজাত মন্দিৰত ভক্ত সকলৰ ভিৰ পৰিলক্ষিত হয়।

1 / 5দেওপানী

দেওপানী দুৰ্গা মন্দিৰ অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ বৰসেৱাগুৰি গাঁৱৰ ওচৰত দেওপানী চাহ বাগিচাত অৱস্থিত মা দুৰ্গা প্ৰতি উৎসৰ্গিত মন্দিৰ।

2 / 5

আজি মহাষ্টমী আৰু নৱমী উপলক্ষে পুৱাৰে পৰা মন্দিৰত ভক্তৰ ভিৰ। দীৰ্ঘ সময় পৰা চলি অহা যি বলি পৰম্পৰা মানি আহিছে দেওপানী দুৰ্গা মন্দিৰত।

3 / 5

দেওপানী মন্দিৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উপাসনাস্থল। ইয়ালৈ দৈনন্দিন বহু ভক্তৰ সমাগম হয়।

4 / 5

মন্দিৰৰ আঁৰত বহুতো ৰহস্য আছে। নুনু বাবু নামেৰে জনাজাত চাহ খেতিয়কে সপোনত এক স্থানত মা দুৰ্গা লুকাই আছে বুলি কৈছিল। সেইৰাতিয়ে তেওঁ তেওঁলোকৰ পৰিয়ালৰ পুৰোহিতক মাতি পঠিয়ায় আৰু তেওঁৰ সপোনৰ কথা বিৱৰি কয়। কিছুসময়ৰ পিছত এটাৰ পিছত এটাকৈ সৰু আকাৰৰ কেইবাটাও মূৰ্তি উদ্ধাৰ হয়।

5 / 5

চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত অসম বাজেট ২০১৯-২০ত ইতিহাসপ্ৰসিদ্ধ পৰ্যটন স্থলৰ পৰিকাঠামো উত্তৰণৰ উদ্দেশ্যে প্ৰকাশিত অনুদান প্ৰাপ্তিৰ তালিকাত দেওপানী থানো অন্তৰ্ভুক্ত হৈছে। দেওপানী নৈৰ পাৰত পৰ্যটন বিভাগৰ নিৱাস অৱস্থিত।

Latest Stories
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
Kali Puja 2024 Date & Time: কালী পূজাৰ অমাৱস্যা তিথি কেতিয়া লাগিব? এই বছৰ কালী পূজাৰ শুভ সময়ৰ বিষয়ে জানক
বিৰাট কোহলিৰ বেটিং অৰ্ডাৰ কিয় সলনি হ’ল ক’লে ৰোহিত শৰ্মাই, ৪৬ ৰানত আউট হোৱাৰ পিছত ক’লে এই ৪টা ডাঙৰ কথা
গুৱাহাটীৰ ED কাৰ্যালয়ত বলিউডৰ অভিনেত্রী তমন্না ভাটিয়া! ৭ ঘণ্টা ধৰি EDয়ে চলালে জেৰা
Kati Bihu 2024: পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে পালন কৰিলে কাতি বিহু! ৰাইজৰ সৈতে বন্তি প্ৰজ্জ্বলন মন্ত্ৰী-বিধায়কৰ
Kati Bihu: বাপতিসাহোন কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি তুলসী তলত চাকি দিলে আইমী বৰুৱাই, সন্তানৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো
কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?