পূজাৰ আনন্দৰ মাজতে ৰাজ্যত ধাৰাসাৰ বৰষুণ! ১৮খনকৈ জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগৰ | durga puja 2024 Assam Weather Update rainfall Yellow Alert by IMD Assam news - Assam Tv9

পূজাৰ আনন্দৰ মাজতে ৰাজ্যত ধাৰাসাৰ বৰষুণ! ১৮খনকৈ জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগৰ

Updated On: 

10 Oct 2024 13:07 PM

দুৰ্গা পূজাৰ আনন্দত বতৰৰ বিধি পথালি, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ বৰষুণ, ধুমুহা, বজ্ৰপাত। আগন্তুক ৪ দিন বতৰ সেমেকা হৈ থকাৰ সতৰ্কবাণী IMDৰ

1 / 5মহানগৰতো দুৰ্গা পূজাক লৈ ব্যাপক উৎসাহ দেখা গ'ল ভক্তৰ মাজত। আটকধুনীয়াকৈ নিৰ্মাণ কৰা পূজা মণ্ডপসমূহে আকৰ্ষণ কৰিলে সকলোৰে মন।

মহানগৰতো দুৰ্গা পূজাক লৈ ব্যাপক উৎসাহ দেখা গ'ল ভক্তৰ মাজত। আটকধুনীয়াকৈ নিৰ্মাণ কৰা পূজা মণ্ডপসমূহে আকৰ্ষণ কৰিলে সকলোৰে মন।

2 / 5

আজি ৰাজ্যৰ ১৮খনকৈ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

3 / 5

দক্ষিণ শালমাৰা, ধুবুৰী, বঙাইগাঁও, বৰপেটা,নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

4 / 5

নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, গোলাঘাট, মাজুলী, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

5 / 5

ইফালে পূজাৰ বতৰতে নাৰায়ণপুৰত বানৰ ভয়ংকৰ ৰূপ। দিহিৰি নদীৰ বানত প্লাবিত বিস্তীৰ্ণ অঞ্চল। অঞ্চলটোৰ কেইবাটাও বাসগৃহ পানীৰ তলত। হাহাকাৰ অৱস্থা ৰাইজ।

খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...
দিল্লীত কিয় উপলব্ধ নহয় কেৰাচিন?
৮২৩ বছৰ পাছত বিৰল সংযোগ! কিয় মুছলিম সকলৰ বাবে বিশেষ জানুৱাৰী মাহটো...