5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নতুন বছৰৰ তৃতীয়টো দিনত ৰাজ্যত মৃদু ভূমিকম্প! ইয়াৰ অভিকেন্দ্ৰ ক’ত? জানক সবিশেষ

৩ জানুৱাৰীৰ শুকুৰবাৰে পুৱা মৃদু ভূমিকম্পই জোকাৰি গ'ল অসম । শুকুৰবাৰে পুৱা প্ৰায় ১০.০৩ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। এই ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৪.১ ।

trishna-kalita
Trishna Kalita | Updated On: 03 Jan 2025 10:47 AM
নতুন বছৰৰ তৃতীয়টো দিনত মৃদু ভূমিকম্পই জোকাৰি গ'ল অসম । শুকুৰবাৰে পুৱা প্ৰায় ১০.০৩ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

1 / 5
ৰাজ্যজুৰি অনুভূত হয় ভূমিকম্পৰ মৃদু জোকাৰণি। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰ (এন চি এছ)ৰ তথ্য অনুসৰি কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত উত্‍পত্তি হৈছিল ভূমিকম্পৰ।

2 / 5
ৰিখটাৰ স্কেলত  এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.১ । প্ৰাপ্ত খবৰ অনুসৰি গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ভূমিকম্প অনুভূত হয়।

3 / 5
উল্লেখ্য যে, বৰ্তমান সময়লৈকে এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষয়ক্ষতি খবৰ লাভ কৰা নাই । গুৱাহাটীৰ লগতে ৰঙিয়া,গোলাঘাট, সোণাপুৰ, বিশ্বনাথ চাৰিআলি, তেজপুৰ, শিৱসাগৰ, নগাঁও, দৰং, কাৰ্বি আংলং, ডিফু, কৰিমগঞ্জ, যোৰহাট, বৰপেটা আদিত  অনুভূত হৈছে জোকাৰণি।

4 / 5
ভাৰতৰ উত্তৰ পূব অঞ্চলটো ভূমিকম্প প্ৰৱল অঞ্চল । সেয়েহে এই অঞ্চলটোত  সঘনাই ভূমিকম্প অনুভূত হৈ থাকে ।

5 / 5
Latest Stories