শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উচ্চ শিক্ষা লাভৰ বাবেও চৰকাৰে দিব ধন, জানক সবিশেষ

স্নাতক নামভৰ্তি কৰাসকলক দিব ১২,৫০০টকা। আনহাতে স্নাতকোত্তৰত নামভৰ্তি কৰিলে পাব ২৫,০০০ টকা। এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

barasha-misra
Barasha Misra | Updated On: 11 Dec 2024 12:23 PM
ৰাজ্যত বিহুৰ সমান্তৰালকৈ আহিছে নিৰ্বাচন। ১৯ এপ্ৰিলত ৰাজ্যৰ ৫টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।

1 / 5
নিৰ্বাচনকলৈ ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৪টা সমষ্টিত চলাব মাৰাথান প্ৰচাৰ।

2 / 5
নিৰ্বাচনী প্ৰচাৰৰ মাজতে অখিল গগৈ আৰু গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ। সন্ধিয়া যোৰহাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাগ ল'ব ৰোড শ্ব'ত। চাবুৱাটো সৰ্বানন্দ সোণোৱালৰ হৈ চলাইছে প্ৰচাৰ।

3 / 5
নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক জনালে ৰঙালী বিহুৰ শুভেচ্ছা। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে - নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পৰা অসমত ২৬ বাৰ আহিছে। তেওঁ গামোচাখন দেখিলে সাহস আৰু প্ৰেৰণা পায়। কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়াৰ গামোচাখনক বিশ্ব দৰবাৰত চিনাকি কৰি দিছে। আনহাতে কাজিৰঙাটো নিশা কটোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

4 / 5
অসমৰ পৰিৱেশ এতিয়া সলনি হৈছে। বিজেপিয়ে অসমৰ প্ৰতিখন গাঁওত উন্নতি সাধন কৰিছে। ৰাজ্যত ইতিমধ্যে ১লাখ নিযুক্তি সম্পূৰ্ণ হৈছে। আৰু ৫০হাজাৰ চাকৰি পাব অসমৰ যুৱক-যুৱতীয়ে। আনহাতে লাখকপতি বাইদেউসকলে পাব ১০ হাজাৰকৈ টকা। ৰেচন কাৰ্ড থকা সকলেও পাব অৰুণোদয় আঁচনি। ইয়াৰোপৰি চৰকাৰে মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীক দিব ১০হাজাৰকৈ টকা, লগতে স্নাতক নামভৰ্তি কৰাসকলক দিব ১২,৫০০টকা। আনহাতে স্নাতকোত্তৰত নামভৰ্তি কৰিলে পাব ২৫,০০০ টকা। এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

5 / 5