5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

লামডিঙত ডবাৰ পৰা বিচ্ছিন্ন হৈ গ’ল ৰে’লৰ ইঞ্জিন…

ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল চম্পক ক্ৰান্তি এক্সপ্ৰেছ । চলি থকাৰ অৱস্থাতে ডবাৰ পৰা বিচ্ছিন্ন হৈ যায় যাত্ৰীবাহী ৰে’লখনৰ ইঞ্জিন ।

manas-borah
Manas Borah | Published: 19 Oct 2024 20:24 PM
ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল চম্পক ক্ৰান্তি এক্সপ্ৰেছ । চলি থকাৰ অৱস্থাতে ডবাৰ পৰা বিচ্ছিন্ন হৈ যায়  যাত্ৰীবাহী ৰে’লখনৰ ইঞ্জিন ।(প্ৰতীকী ফটো)

1 / 5
লামডিং জংচনৰ সমীপত সংঘটিত হৈছে এই ঘটনা । নিউ দিল্লী শিলচৰ এস্কপ্ৰেছখন লামডিং জংচনৰ পৰা ওলোৱা কিছু সময়ৰ পাছতে এই ঘটনা সংঘটিত হয় ।(প্ৰতীকী ফটো)

2 / 5
সূত্ৰ খবৰ অনুসৰি, ৰে’লখনৰ ডবাৰ পৰা ইঞ্জিনটো হঠাতে পৃথক হৈ যায় । ইয়াৰ লগে লগে যাত্ৰীসকলৰ মাজত আতংকই বিৰাজ কৰে ।(প্ৰতীকী ফটো)

3 / 5
ডিমাহাচাত সংঘটিত ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ দুদিন পাছত এই ঘটনা সংঘটিত হৈছে । এই ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া ৰে’ল যাত্ৰীৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে ।(প্ৰতীকী ফটো)

4 / 5
জানিব পৰা মতে,ডবাৰ পৰা ইঞ্জিনটো কিয় বিচ্ছিন্ন হৈ গ’ল তাৰ কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত আৰম্ভ কৰিছে ৰে’লৱেৰ বিষয়াসকলে ।(প্ৰতীকী ফটো)

5 / 5
Latest Stories