5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Fennel Seeds : আপোনাৰ চফ খোৱাৰ অভ্যাস আছে নেকি ? ইয়াৰ উপকাৰিতাৰ বিষয়ে জানক…

বহুতৰে খাদ্য খোৱাৰ পিছত চফ খোৱাৰ অভ্যাস আছে। আন কিছুমানে ৰাতিপুৱা খালী পেটত চফ তিয়াই থোৱা পানী খায়। চফৰ উপকাৰিতাৰ বিষয়ে জানেনে ? স্বাস্থ্যৰ বাবে চফ অতি উপকাৰী। চফে পেট ফুলা, বদহজম আদি সমস্যাৰ পৰা উপশম দিয়ে। সবিশেষ জানক...

manas-borah
Manas Borah | Published: 09 Sep 2024 23:26 PM
বহুতৰে খাদ্য খোৱাৰ পিছত চফ খোৱাৰ অভ্যাস আছে। আন কিছুমানে ৰাতিপুৱা খালী পেটত চফ তিয়াই থোৱা পানী খায়। চফৰ উপকাৰিতাৰ বিষয়ে জানেনে ?

1 / 8
স্বাস্থ্যৰ বাবে চফ অতি উপকাৰী। চফে পেট ফুলা, বদহজম আদি সমস্যাৰ পৰা উপশম দিয়ে।

2 / 8
চফ চোবাই খালে মুখৰ দুৰ্গন্ধ দূৰ হয়। চফত প্ৰাকৃতিক এন্টিমাইক্ৰ’বিয়াল গুণ থাকে।

3 / 8
চফত এন্টিঅক্সিডেন্ট থাকে। ই ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে। চফে দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।

4 / 8
বহুতে ৰাতিপুৱা সাৰ পোৱাৰ পিছত মূৰ ঘূৰোৱা, বমি আৰু ভাগৰুৱা অনুভৱ কৰে। গৰ্ভাৱস্থাত বহু মহিলাই এই সমস্যাৰ সন্মুখীন হয়। এই সময়ছোৱাত চফ দিয়া চাহ খুব উপকাৰী।

5 / 8
ৰাতিপুৱা চফ তিয়াই থোৱা পানী বা চাহ খালে শৰীৰৰ পৰা সকলো বিষাক্ত পদাৰ্থ ওলাই যায়। ই যকৃত আৰু বৃক্কৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ উপৰিও কিডনীত পাথৰ হোৱাৰ সম্ভাৱনাও কমি যায়।

6 / 8
চফ তিয়াই থোৱা পানী বা চাহ নিয়মিতভাৱে খালে মেদবহুলতাৰ পৰা মুক্তি পোৱাত সহায়ক হ’ব। চফে ওজন হ্ৰাস কৰাত সহায় কৰে।

7 / 8
প্ৰতিদিনে পুৱা খালী পেটত চফ তিয়াই থোৱা পানী খাব পাৰে। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছতো চফ চোবাই খাব পাৰে।

8 / 8
Follow Us
Latest Stories