আপোনাৰ চফ খোৱাৰ অভ্যাস আছে নেকি ? ইয়াৰ উপকাৰিতাৰ বিষয়ে জানক... | fennel seeds benefits for health; Read more in Assamese Assam news - Assam Tv9

Fennel Seeds : আপোনাৰ চফ খোৱাৰ অভ্যাস আছে নেকি ? ইয়াৰ উপকাৰিতাৰ বিষয়ে জানক…

Published: 

09 Sep 2024 23:26 PM

বহুতৰে খাদ্য খোৱাৰ পিছত চফ খোৱাৰ অভ্যাস আছে। আন কিছুমানে ৰাতিপুৱা খালী পেটত চফ তিয়াই থোৱা পানী খায়। চফৰ উপকাৰিতাৰ বিষয়ে জানেনে ? স্বাস্থ্যৰ বাবে চফ অতি উপকাৰী। চফে পেট ফুলা, বদহজম আদি সমস্যাৰ পৰা উপশম দিয়ে। সবিশেষ জানক...

1 / 8বহুতৰে খাদ্য খোৱাৰ পিছত চফ খোৱাৰ অভ্যাস আছে। আন কিছুমানে ৰাতিপুৱা খালী পেটত চফ তিয়াই থোৱা পানী খায়। চফৰ উপকাৰিতাৰ বিষয়ে জানেনে ?

বহুতৰে খাদ্য খোৱাৰ পিছত চফ খোৱাৰ অভ্যাস আছে। আন কিছুমানে ৰাতিপুৱা খালী পেটত চফ তিয়াই থোৱা পানী খায়। চফৰ উপকাৰিতাৰ বিষয়ে জানেনে ?

2 / 8

স্বাস্থ্যৰ বাবে চফ অতি উপকাৰী। চফে পেট ফুলা, বদহজম আদি সমস্যাৰ পৰা উপশম দিয়ে।

3 / 8

চফ চোবাই খালে মুখৰ দুৰ্গন্ধ দূৰ হয়। চফত প্ৰাকৃতিক এন্টিমাইক্ৰ’বিয়াল গুণ থাকে।

4 / 8

চফত এন্টিঅক্সিডেন্ট থাকে। ই ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে। চফে দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।

5 / 8

বহুতে ৰাতিপুৱা সাৰ পোৱাৰ পিছত মূৰ ঘূৰোৱা, বমি আৰু ভাগৰুৱা অনুভৱ কৰে। গৰ্ভাৱস্থাত বহু মহিলাই এই সমস্যাৰ সন্মুখীন হয়। এই সময়ছোৱাত চফ দিয়া চাহ খুব উপকাৰী।

6 / 8

ৰাতিপুৱা চফ তিয়াই থোৱা পানী বা চাহ খালে শৰীৰৰ পৰা সকলো বিষাক্ত পদাৰ্থ ওলাই যায়। ই যকৃত আৰু বৃক্কৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ উপৰিও কিডনীত পাথৰ হোৱাৰ সম্ভাৱনাও কমি যায়।

7 / 8

চফ তিয়াই থোৱা পানী বা চাহ নিয়মিতভাৱে খালে মেদবহুলতাৰ পৰা মুক্তি পোৱাত সহায়ক হ’ব। চফে ওজন হ্ৰাস কৰাত সহায় কৰে।

8 / 8

প্ৰতিদিনে পুৱা খালী পেটত চফ তিয়াই থোৱা পানী খাব পাৰে। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছতো চফ চোবাই খাব পাৰে।

নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক