5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আজিৰে পৰা গুৱাহাটীত পেৰা স্প’ৰ্টচ মীট, উদ্বোধন কৰিলে মন্ত্ৰী পীযূষ হাজৰীকাই

ভাৰতীয় পেৰালিম্পিক সমিতিৰ অধীনত অসম পেৰালিম্পিক সন্থাৰ সহযোগত যাদৱ চন্দ্ৰ ভূঞা মেমৰিয়েল ট্ৰাষ্ট, উদয়াচলৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে এই পেৰা স্প'ৰ্টচ মীট। উদ্বোধক হিচাপে উপস্থিত থাকে মন্ত্ৰী পীযূষ হাজৰীকা।

trishna-kalita
Trishna Kalita | Published: 27 Nov 2024 19:13 PM
আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে প্ৰথম উত্তৰ-পূৱ পেৰা স্প'ৰ্টচ মীট।  উদ্বোধক হিচাপে উপস্থিত থাকে মন্ত্ৰী পীযূষ হাজৰীকা।  ভাৰতীয় পেৰালিম্পিক সমিতিৰ অধীনত অসম পেৰালিম্পিক সন্থাৰ সহযোগত যাদৱ চন্দ্ৰ ভূঞা মেমৰিয়েল ট্ৰাষ্ট, উদয়াচলৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে এই পেৰা স্প'ৰ্টচ মীট।

1 / 5
উদ্বোধনী অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৱৰ বিশেষ ভাৱে সক্ষম খেলুৱৈসকলক এখন উপযুক্ত মঞ্চ প্ৰদানৰ ব্যৱস্থাৰে পেৰা স্প'ৰ্টচ মীট অনুষ্ঠিত কৰা বাবে আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰে |  বিগত পেৰা অলিম্পিকত ভাৰতে অভিলেখসংখ্যক ২৯ টা মেডেল লাভ কৰা বুলি মন্তব্য কৰি  আশা প্ৰকাশ কৰি  মন্ত্ৰীগৰাকীয়ে কয়, আজি উত্তৰ-পূৱৰ ৬ খন ৰাজ্যৰ পৰা অংশ গ্ৰহণ কৰা ৪৪৭ গৰাকী খেলুৱৈয়েও ভৱিষ্যতে দেশক প্ৰতিনিধিত্ব কৰি আমাৰ সকলোকে গৌৰাৱাম্বিত কৰি তুলিব।

2 / 5
লগতে মন্ত্ৰী হাজৰীকাই কয় যে, বিগত সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ ক্ৰীড়াৰ আন্তঃগাঁথনিয়ে দ্ৰুত উন্নয়নৰ মুখ দেখিছে |  প্ৰতিখন জিলাতে ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণৰ ব্যৱস্থা লোৱা বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ দিনত ৰাজ্যখনত প্ৰায় ৫০ খন এনে ষ্টেডিয়াম নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰা হৈছে।

3 / 5
মন্ত্ৰীগৰাকীয়ে সকলো খেলুৱৈকে নিজ নিজ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ নিয়মিত চৰ্চা কৰিবলৈ আহ্বান জনায়। ইয়াৰ পাছত মন্ত্ৰী হাজৰীকাই আনুষ্ঠানিকভাৱে বন্তি প্ৰজ্জ্বলন কৰি প্ৰথম উত্তৰ-পূৱ পেৰা স্প'ৰ্টচ মীট মুকলি কৰে।

4 / 5
এই অনুষ্ঠানত উপস্থিত থাকে প্ৰথম উত্তৰ-পূৱ পেৰা স্প'ৰ্টচ মীটৰ আয়োজক সমিতিৰ সভাপতি ৰিণিকি ভূঞা শৰ্মা, ভাৰতীয় পেৰালিম্পিক সমিতিৰ সচিব প্ৰধান জয়াৱান্তা গোন্দু হামানাৱাৰ, জ্যেষ্ঠ সাংবাদিক জাৰিৰ হুছেইন, ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ সচিব আৰু সঞ্চালককে  ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি ।

5 / 5
Latest Stories