5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যা আঁতৰ কৰিবলৈ এই ৫ টা যোগাসন কৰক…

আমাৰ মন আৰু স্বাস্থ্য সুস্থ কৰি ৰাখিবলৈ আমি যোগাসন অভ্যাস কৰাটো অতি প্ৰয়োজন । বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকেই ৰাতিপুৱা যোগাসন অভ্যাস কৰে । দৈনন্দিন সন্মুখীন হৈ থকা বিভিন্ন স্বাস্থ্যৰ সমস্যা যোগাসনৰ দ্বাৰা আঁতৰ কৰিব পাৰি । এই পাঁচটা আসনৰ বিষয়ে জানক...

manas-borah
Manas Borah | Published: 11 Sep 2024 11:24 AM
পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পৱনমুক্তাসন অভ্যাস কৰিব পাৰে । এই যোগাসন দৈনিক অভ্যাস কৰিলে কোষ্ঠকাঠিন্য আৰু পেটৰ গেছ উপশম হয়, লগতে পাচনতন্ত্ৰও শক্তিশালী হয় ।

1 / 5
নিয়মিতভাৱে মালাসন অভ্যাস কৰিলে পাচনতন্ত্ৰ সক্ৰিয় হয় আৰু কেইদিনমানৰ ভিতৰতে কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায়। ইয়াৰ বাহিৰেও এই আসন মহিলাৰ বাবে অতি উপকাৰী। গৰ্ভাৱস্থাতো এই আসন উপকাৰী।

2 / 5
বজ্ৰাসন আপুনি খাদ্য খোৱাৰ লগে লগে কৰিব পাৰে। আচলতে এই আসনটো কৰিলে খাদ্য সহজে হজম হয়। যদি আপুনি খোজ কাঢ়িবলৈ সময় নাপায়, তেন্তে খাদ্য খোৱাৰ পিছত কিছু সময় বজ্ৰাসনত বহিব পাৰে। ইয়াৰ উপৰিও নিয়মিতভাৱে এই আসন অনুশীলন কৰিলে গেছ, কোষ্ঠকাঠিন্য, বদহজম আদি সমস্যাৰ পৰা সকাহ পোৱা যায়।

3 / 5
পেটৰ বাবে মন্দুকাসন অতি  উপকাৰী। ইয়াৰ দ্বাৰা কেৱল কোষ্ঠকাঠিন্য, বদহজম আদি পাচনতন্ত্ৰৰ সমস্যাৰ পৰা সকাহ পোৱাই নহয়, ইয়াৰ উপৰিও পেটৰ চৰ্বি কমোৱাতো এই আসন ফলপ্ৰসূ।

4 / 5
দৈনন্দিন জীৱনত ভুজংগাসন কৰিলে কেৱল যকৃত, বৃক্ক, হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ উপকাৰ হোৱাই নহয়। এই আসনটো কৰিলে মহিলাসকলে মাহেকীয়াৰ লগত জড়িত সমস্যাৰ পৰা সকাহ পায় ।

5 / 5
Follow Us
Latest Stories