5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Flipkart Big Diwali Sale 2024: দিপাৱলীৰ সময়ত উঠাওক ৰেহাৰ সুবিধাঃ কেতিয়াৰ পৰা আৰম্ভ হ’ব ‘ফ্লিপকাৰ্ট বিগ দিৱালী চেল’

দুৰ্গা পূজাৰ পিছত দেৱালীৰ আনন্দ উপভোগৰ বাবে সাজু হৈছে দেশবাসী। জনসাধাৰণৰ এই আনন্দ অধিক উপভোগ্য কৰি তুলিবলৈ ফ্লিপকাৰ্টে গ্ৰাহকৰ বাবে পুনৰ আৰম্ভ কৰিবলৈ সাজু হৈছে ব্যাপক অফাৰৰ সৈতে বিশেষ বিক্ৰী। ইতিমধ্যে ই-কমাৰ্চ প্লেটফৰ্মটোৱে ঘোষণা কৰিছে দেৱালীৰ প্ৰাকমুহূৰ্তত গ্ৰাহকলৈ আগবঢ়োৱা এই বিশেষ ৰেহাইৰ সুবিধাসহ ‘Flipkart Big Diwali Sale 2024’ৰ তাৰিখ।

monjit-dutta
Monjit Dutta | Published: 19 Oct 2024 13:18 PM
ফ্লিপকাৰ্টে এই বিশেষ বিক্ৰীৰ সময়ত আগবঢ়াইছে ‘SBI Bank for Sale 2024’ৰ সুবিধা। অৰ্থাৎ এই সময়ত বজাৰ কৰোঁতে গ্ৰাহকসকলে এছ বি আই কাৰ্ডৰ জৰিয়তে পেমেণ্টত ১০ শতাংশ তাৎক্ষণিক ৰেহাইৰ সুবিধা লাভ কৰিব। এছ বি আইৰ উপৰিও গ্ৰাহকসকলে এক্সিছ বেংক কাৰ্ডৰ জৰিয়তে ৫% কেছবেক আৰু ন’ কষ্ট ই এম আইৰ সুবিধা পাব।

1 / 5
অহা ২১ অক্টোবৰৰ পৰা গ্ৰাহকৰ বাবে বিক্ৰী আৰম্ভ হ’ব এই Flipkart Big Diwali Sale 2024। অৱশ্যে ফ্লিপকাৰ্ট প্লাছ মেম্বাৰশ্বিপ থকা গ্ৰাহকসকলে ২০ অক্টোবৰৰ পৰাই এই ৰেহাইৰ সুবিধা উঠাব পাৰিব। অহা ৩১ অক্টোবৰলৈকে এই বিশেষ বিক্ৰী অব্যাহত থাকিব।

2 / 5
এই অফাৰৰ সময়ত নতুন স্মাৰ্ট টিভি আৰু ঘৰুৱা সঁজুলি ক্ৰয় কৰিলে ৮০ শতাংশ পৰ্যন্ত ৰেহাই পাব গ্ৰাহকসকলে। ইয়াৰ উপৰিও স্মাৰ্ট ছিকিউৰিটি কেমেৰা, গেমিং কনছ’ল, স্মাৰ্টৱাচ, চাৰ্জাৰ আৰু কেবলৰ ক্ষেত্ৰতো ৮০ শতাংশ ৰেহাই দিয়া হ’ব।

3 / 5
তদুপৰি ফ্লিপকাৰ্ট ব্ৰেণ্ডৰ সামগ্ৰী ৮০ শতাংশ পৰ্যন্ত ৰেহাই মূল্যত লাভ কৰিব। ৰেহাইৰ পিছত আৰম্ভণিৰ মূল্য ৬ হাজাৰ ২৯০ টকাত ৱাশ্বিং মেচিন, ১৯ হাজাৰ ৯৯৯ টকাত এচি আৰু ৮ হাজাৰ ৪৯০ টকাৰ ভিতৰতে ফ্ৰীজ ক্ৰয় কৰিব পাৰিব।

4 / 5
ইফালে এই সময়ত ৪৯,৯৯৯ টকাত আইফোন ১৫ ক্ৰয় কৰিব পাৰিব। ইয়াৰ উপৰিও ৰেহাইৰ পিছত ৩৭ হাজাৰ ৯৯৯ টকাত উপলব্ধ হ’ব Samsung Galaxy S23 5G স্মাৰ্টফোন। আইফোন আৰু চেমচাঙৰ উপৰিও Motorola, Vivo, Realme, Oppo, Infinix and Google Pixel স্মাৰ্টফোনতো লাভ কৰিব ৰেহাইৰ সুবিধা।

5 / 5
Latest Stories