5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam Train Accident: ৰাজ্যত যাত্ৰীবাহী ৰে’ল দুৰ্ঘটনাগ্ৰস্ত! লাইনচ্যুত ইঞ্জিনসহ ৮টাকৈ দবা

পুনৰ এক ৰে'ল দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। দুৰ্ঘটনাগ্ৰস্ত ৰে'লখন ১২৫২০ নামনিমুৱা আগৰতলা-মুম্বাই লোকমাণ্য তিলক এক্সপ্ৰেছ। ৰে'ল বিভাগে জনোৱা মতে ৰে'লখন ডিমা হাচাও জিলাৰ দিবালং নামৰ ৰে'লৱে ষ্টেচনৰ সমীপত দুৰ্ঘটনাত পতিত হৈছে।

trishna-kalita
Trishna Kalita | Updated On: 17 Oct 2024 21:52 PM
ৰাজ্যত সংঘটিত হৈছে এক ৰে'ল দুৰ্ঘটনা।  দুৰ্ঘটনাৰ স্থান ডিমা হাচাও জিলা। উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ অন্তৰ্গত ডিমা হাচাও জিলাত দুৰ্ঘটনাত পতিত হৈছে যাত্ৰীবাহী ৰে'লখন ।

1 / 5
ডিমা হাছাও জিলাৰ ডিবালং ৰেল ষ্টেশ্যনৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত নামনিমুৱা আগৰতলা-মুম্বাই লোকমান্য তিলক এক্সপ্ৰেছ৷ যাত্ৰীবাহী ৰে'লখনৰ ইঞ্জিনসহ ৮টা দবা লাইনচ্যুত হোৱাৰ খবৰ পোৱা গৈছে।

2 / 5
দুৰ্ঘটনাগ্ৰস্ত ৰে'লখন ১২৫২০ নামনিমুৱা আগৰতলা-মুম্বাই লোকমাণ্য তিলক এক্সপ্ৰেছ। ৰে'ল বিভাগে জনোৱা মতে ৰে'লখন ডিমা হাচাও জিলাৰ দিবালং নামৰ ৰে'লৱে ষ্টেচনৰ সমীপত দুৰ্ঘটনাত পতিত হৈছে।

3 / 5
দিবালং ক্ৰছিং পইণ্টত সংঘটিত হয় এই ৰে’ল দুৰ্ঘটনা। দুৰ্ঘটনাত কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে এজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।    বিয়লি ৪:২০ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো।

4 / 5
এই ৰে’ল দুৰ্ঘটনাৰ ফলত ১৩১৭৪ চাব্ৰুম-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ মাইবঙত ৰখাবলগীয়া হোৱাৰ বিপৰীতে ১৫৬১৮ দুৰ্লভচেৰা-গুৱাহাটী ৰে’লখন নিউ হাফলঙত আবদ্ধ হৈ পৰিবলগীয়া হয়। ৰে’ল বিভাগে মুকলি কৰিলে হেল্পলাইন নম্বৰ৷ 03674-263120, 03674-263126 নম্বৰ মুকলি৷

5 / 5
Latest Stories