আজি শপত ল'ব ৪গৰাকী নতুন মন্ত্ৰীয়ে! শপত গ্ৰহণৰ পূৰ্বে ল'লে মা কামাখ্যাৰ আশিস | Four MLA's will be inducted in the council of ministers’ expansion today visit Kamakhya tample Assam news - Assam Tv9

আজি শপত ল’ব ৰাজ্যৰ ৪গৰাকী নতুন মন্ত্ৰীয়ে! শপত গ্ৰহণৰ পূৰ্বে ল’লে মা কামাখ্যাৰ আশিস

Updated On: 

07 Dec 2024 10:55 AM

আজি শপত গ্ৰহণ কৰিব ৪ নতুন মন্ত্ৰীয়ে। মন্ত্ৰী হিচাপে শপত ল'ব বিজেপিৰ ৪ বিধায়কে ৷ দুপৰীয়া ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ’ব শপতগ্ৰহণ অনুষ্ঠান।ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱাব শপতবাক্য।

1 / 5আজি শপত গ্ৰহণ কৰিব ৪গৰাকী নতুন মন্ত্ৰীয়ে। মন্ত্ৰী হিচাপে শপত ল'ব বিজেপিৰ ৪ বিধায়কে৷

আজি শপত গ্ৰহণ কৰিব ৪গৰাকী নতুন মন্ত্ৰীয়ে। মন্ত্ৰী হিচাপে শপত ল'ব বিজেপিৰ ৪ বিধায়কে৷

2 / 5

মন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে কামাখ্যালৈ ৩ বিধায়ক। মা কামাখ্যাৰ আশিস ল’লে কৌশিক ৰায়, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পালে।

3 / 5

দুপৰীয়া ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ’ব শপতগ্ৰহণ অনুষ্ঠান।ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পাঠ কৰোৱাব শপতবাক্য।

4 / 5

ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন,লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়,পাথাৰকান্দি সমষ্টিৰ কৃষ্ণেন্দু পাল আৰু ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই ল'ব শপত।

5 / 5

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কৈছিল যে, মন্ত্ৰীসভা সম্প্ৰসাৰণৰ জৰিয়তে ৰাজ্যৰ ৪গৰাকী বিধায়কক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ’ব। আজিয়ে দপ্তৰ বিতৰণ কৰাৰ সম্ভাৱনা।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?