শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Rate Today: হ্ৰাস পাইছে সোণৰ মূল্য! জানক গুৱাহাটীৰ বজাৰত আজি সোণ-ৰূপৰ দাম কিমান…

আজি ৰাজধানী দিল্লীত সোণৰ মূল্য ১০ গ্ৰামত হৈছে ৮৭০০৩ টকা। শুকুৰবাৰৰ দিনটোত ১০ গ্ৰামত সোণৰ মূল্য আছিল ৮৭৯৮৩ টকা।

barasha-misra
Barasha Misra | Published: 01 Mar 2025 11:24 AM
সোণৰ দামে বিশেষজ্ঞসকলৰ ভৱিষ্যদ্বাণী অতিক্ৰম কৰিলে। এফালে ইয়াৰ মূল্যই আকাশ চুইছে, আনফালে ভাৰতে সোণৰ চাহিদাত নতুন অভিলেখ গঢ়িছে। এই সপ্তাহত ভাৰতত সোণৰ চাহিদাৰ বৃদ্ধি পাইছে।

1 / 5
শুকুৰবাৰে ঘৰুৱা সোণৰ মূল্য প্ৰতি ১০ গ্ৰাম প্ৰায় ৮৪,৭৫০ টকা। যোৱা সপ্তাহত ইয়াৰ মূল্য আছিল ৮৬,৫৯২ টকা। আজি ২৪ কেৰেট সোণৰ হাৰ প্ৰতি গ্ৰামত ৮৭০০.৩ টকা। ২২ কেৰেট সোণৰ হাৰ প্ৰতি গ্ৰামত ৭৯৭৬.৩ টকা। আজি তুলনামূলকভাৱে কিছু হ্ৰাস পাছে।

2 / 5
আজি ৰাজধানী দিল্লীত সোণৰ মূল্য ১০ গ্ৰামত হৈছে ৮৭০০৩ টকা। শুকুৰবাৰৰ দিনটোত  ১০ গ্ৰামত সোণৰ মূল্য আছিল ৮৭৯৮৩ টকা।

আজি ৰাজধানী দিল্লীত সোণৰ মূল্য ১০ গ্ৰামত হৈছে ৮৭০০৩ টকা। শুকুৰবাৰৰ দিনটোত ১০ গ্ৰামত সোণৰ মূল্য আছিল ৮৭৯৮৩ টকা।

3 / 5
১ মাৰ্চত গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৯৫৯  টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,৬৮৩ টকা। শুকুৰবাৰৰ দিনটোত গুৱাহাটীত সোণৰ মূল্য আছিল ২২ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,১৪০ টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,৬৮৪ টকা।

4 / 5
গুড ৰিটাৰ্ণচৰ তথ্যনুসৰি,  ১ মাৰ্চত গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৭ টকা আৰু প্ৰতি কিলোগ্ৰামত ৯৭,০০০ টকা।

5 / 5