শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Guwahati Gold Price Today: ভেলেন্টাইন ডে’ৰ পূৰ্বে হ্ৰাস পাইছে সোণৰ মূল্য, জানক আজি গুৱাহাটীৰ বজাৰত কিমান সোণ-ৰূপৰ মূল্য

বৰ্তমান গুৱাহাটীত সোণৰ মূল্য হৈছে ২২ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮০১৭.৯০ টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮৭৪৫.৯০ টকা, যাক ৯৯৯ সোণ বুলিও কোৱা হয়।

barasha-misra
Barasha Misra | Updated On: 13 Feb 2025 13:48 PM
ক্ৰমাগতভাৱে তৃতীয় দিনৰ বাবে সোণৰ মূল্য হ্ৰাস হৈছে। এতিয়া সস্তা হৈ পৰিছে সোণৰ মূল্য। বুধবাৰৰ দামৰ সৈতে তুলনা কৰিলে ভাৰতত সোণৰ মূল্য প্ৰায় ৭৫০ টকা হ্ৰাস পাইছে ২২ কেৰেট সোণৰ মূল্য প্ৰায় ৭৯,৩০০ টকা হৈছে।

1 / 5
আজি ভাৰতত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৪, ৮৪৫ টকা আৰু ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৭,৭১৮ টকা হৈছে।

2 / 5
বৰ্তমান গুৱাহাটীত সোণৰ মূল্য হৈছে ২২ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮০১৭.৯০ টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮৭৪৫.৯০ টকা, যাক ৯৯৯ সোণ বুলিও কোৱা হয়।

বৰ্তমান গুৱাহাটীত সোণৰ মূল্য হৈছে ২২ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮০১৭.৯০ টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮৭৪৫.৯০ টকা, যাক ৯৯৯ সোণ বুলিও কোৱা হয়।

3 / 5
বুধবাৰৰ দিনটোত গুৱাহাটীত ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য় আছিল ৮৫, ২১০ টকা আৰু ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৮১,১৫০ টকা।

4 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১০৭ টকা হৈছে। আজি অসমত ৰূপৰ হাৰ প্ৰতি ১০ গ্ৰামত ৯৫১ টকা আৰু প্ৰতি ১০০ গ্ৰামত ৯,৫১০ টকা হৈছে।

5 / 5