Guwahati Gold Price Today: ভেলেন্টাইন ডে’ৰ পূৰ্বে হ্ৰাস পাইছে সোণৰ মূল্য, জানক আজি গুৱাহাটীৰ বজাৰত কিমান সোণ-ৰূপৰ মূল্য
বৰ্তমান গুৱাহাটীত সোণৰ মূল্য হৈছে ২২ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮০১৭.৯০ টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮৭৪৫.৯০ টকা, যাক ৯৯৯ সোণ বুলিও কোৱা হয়।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5