শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Guwahati Gold Price Today: আজি মূল্য হ্ৰাস পাইছে সোণৰ! গুৱাহাটীত কিমান 24K, 22K সোণৰ মূল্য?

আপুনি সোণ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি? যদি ভাবিছে, তেন্তে আপোনাৰ বাবে ভাল খবৰ। আজি হ্ৰাস পাইছে সোণৰ মূল্য। জানক গুৱাহাটীৰ বজাৰত কিমান হৈছে সোণ-ৰূপৰ মূল্য?

barasha-misra
Barasha Misra | Published: 15 Feb 2025 11:55 AM
Bullion market ত সোণৰ মূল্য আছিল প্ৰায় ৮৮,০০০ টকা। ইফালে আজি সোণৰ মূল্য হ্ৰাস পাইছে, যি ক্ৰেতাসকলক বহু সকাহ প্ৰদান কৰিব। এই সপ্তাহটোত সোণৰ মূল্যত যথেষ্ট বৃদ্ধি হৈছিল।

1 / 5
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি ভাৰতত সোণৰ মূল্য ২২ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৭,৮৯০ টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,৬০৭ টকা (যাক ৯৯৯ সোণ বুলিও কোৱা হয়)। শুক্ৰবাৰৰ দিনটোত সোণৰ মূল্য ২২ কেৰেটৰ বাবে প্ৰতি গ্ৰামত ৭,৯৯০ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৮,৭১৬ টকা আছিল।

2 / 5
আজি গুৱাহাটীত সোণৰ মূল্য ২২ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৭,৮৯০ টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,৬০৭ টকা (যাক ৯৯৯ সোণ বুলিও কোৱা হয়)। শুকুৰবাৰে প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ দাম আছিল ৭,৯৯০ টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,৭১৬ টকা আছিল।

3 / 5
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি দেশৰ কেইখনমান ডাঙৰ চহৰত আজি ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দৰ কিমান হৈছে জানো আহক। আজি চেন্নাইত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৮৯০ টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,৬০৭ টকা। দেশৰ ৰাজধানী দিল্লীত ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৭,৯০৫ টকা আৰু ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৮,৬২২ টকা। ইফালে কলকাতাত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৮৯০ টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮,৬০৭ টকা হৈছে।

4 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১০০.৫০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,০০,৫০০ টকা। শুক্ৰবাৰৰ দিনটোত গুৱাহাটীত ৰূপৰ দাম আছিল ১০০.৫০ টকা।

5 / 5