Gold Price Guwahati: আজি গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব পাৰিব সোণ-ৰূপ ?
শনিবাৰে গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৮,৯৭৮, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৮,২৩০ আৰু ১৮ কেৰেট সোণত (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৬,৭৩৪ টকা আছিল।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5