শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price Guwahati: আজি গুৱাহাটীত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ ?

Gold Rate Today: আজি ২৭ মাৰ্চ বৃহস্পতিবাৰে সোণৰ মূল্য বৃদ্ধি হৈ পৰিছে। একেৰাহে তিনিদিন ধৰি হ্ৰাস পোৱাৰ পিছত আজি বৃদ্ধি পাইছে সোণৰ মূল্য। জানক আজি গুৱাহাটীত কিমান দৰত সোণ বিক্ৰী হৈছে।

barasha-misra
Barasha Misra | Published: 27 Mar 2025 12:49 PM
আজি সোণৰ মূল্য বৃদ্ধি পাইছে। সোণৰ মূল্য ধাৰাবাহিকভাবে উত্থান পতন হৈ আছে। গুৱাহাটীত ২৭ মাৰ্চৰ সোণৰ দৰ পৰীক্ষা কৰক।

1 / 5
দেশৰ বৃহৎ চহৰসমূহত ২৪ কেৰেট সোণৰ মূল্য ৮৯,৪০০ টকাৰ ওপৰত আৰু ২২ কেৰেট সোণৰ মূল্য ৮১,৮৫০ টকাৰ ওপৰত হৈছে। নতুন দিল্লীত আজি ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১০২ আৰু প্ৰতি কিলোগ্ৰাম ১,০২,০০০ টকা। দিল্লীত ৰূপৰ প্ৰচুৰ ব্যৱহাৰ হয়। দিল্লীত ৰূপৰ গহনা বৃহৎ পৰিমাণে ক্ৰয়-বিক্ৰয় কৰা হয় ।

2 / 5
আজি গুৱাহাটীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত  ৮,৮০৪ টকা আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৩৮৫ টকা।

3 / 5
বুধবাৰৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট সোণৰ মূল্য প্ৰায় ৮,৯৪০ টকা প্ৰতি গ্ৰামত, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰায় ৮,১৯৫ টকা প্ৰতি গ্ৰামত আছিল।

4 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য ১০২ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,০২,০০০ টকা। বুধবাৰৰ তুলনাত ৰূপৰ মূল্যৰ সালসলনি হোৱা নাই।

5 / 5