শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Guwahati Gold Price Today: গুৱাহাটীৰ বজাৰত আজি সোণ-ৰূপৰ দাম কিমান? সবিশেষ জানক

Gold Rate Today:আজি সোণৰ দামে অতিক্ৰম কৰিলে ৮৭ হাজাৰ টকাৰ ঘৰ। জানো আহক আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ দামৰ সবিশেষ...

trishna-kalita
Trishna Kalita | Updated On: 11 Feb 2025 11:15 AM
আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৭,০৬০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৯,৮০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকাত বিক্ৰী হৈছে।

1 / 5
১০ ফেব্ৰুৱাৰীত দিল্লীত ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দাম ৮৭,২১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৯,৯৫০ টকা। দিল্লীত আজি ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকা।

2 / 5
ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭০৬ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত  ৭,৯৮০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৫২৯ টকা হৈছে।

3 / 5
আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৫,২৯০ টকা। আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৯,৮০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৭,০৬০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5
ইফালে গুৱাহাটীৰ বজাৰত ৰূপৰ দৰ অপৰিৱৰ্তিত হৈ থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৯.৫০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৯,৫০০ টকা।

5 / 5