Gold Price: আকৌ বৃদ্ধি! আজি গুৱাহাটীৰ বজাৰত ১০ গ্ৰাম সোণ কিমান দামত বিক্ৰী হৈছে?
Gold and Silver Rate Guwahati: নিতৌ সোণৰ দামত হ্ৰাস-বৃদ্ধি দেখা যায়।দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৮,১৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,০৮০ টকা। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5