Gold Price Guwahati: গুৱাহাটীৰ বজাৰত আজি সোণৰ দাম কিমান? সবিশেষ জানক | Gold and Silver price in guwahati on 13th April 2025 Assam news - Assam Tv9

Gold Price Guwahati: গুৱাহাটীৰ বজাৰত আজি সোণৰ দাম কিমান? সবিশেষ জানক

Published: 

13 Apr 2025 17:34 PM

Gold and Silver Rate Guwahati: বিগত কেইবামাহ ধৰি সোণৰ দামত বহু পৰিৱৰ্তন হোৱা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫,৮২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭,৮৫০ টকা।।আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম  ৯৫,৬৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭,৭০০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০০,০০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫,৬৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭,৭০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০০,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫,৮২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭,৮৫০ টকা। আজি দিল্লীত প্ৰতি কিলোগ্ৰাম ৰূপ ১,০০,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৫৬৭ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭৭০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,১৭৬ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭১,৭৬০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮৭,৭০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৫,৬৭০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

গুৱাহাটীৰ বজাৰত অপৰিৱৰ্তিত হৈ আছে ৰূপৰ দৰ। আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১০০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,০০,০০০ টকা।

মন পচন্দৰ জীৱনসংগী পাবলৈ কি কি কৰিব লাগিব? প্ৰেমানন্দ মহাৰাজে ক'লে...
আজৱ! এইখন দেশত নিষিদ্ধ কণ্ডম, চেনিটেৰী পেড, গৰ্ভ নিৰোধক ব্যৱহাৰত...
যকৃতৰ কৰ্কট ৰোগ হোৱাৰ পূৰ্বে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
বিহুৰ সময়ত সাতশাকী খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে? তালিকাত কি কি শাক আছে...