Gold Price: আজি গুৱাহাটীৰ বজাৰত কিমান হৈছে সোণৰ দাম? সবিশেষ জানক
Gold and Silver Rate Guwahati: নিতৌ সোণৰ দামত হ্ৰাস-বৃদ্ধি দেখা যায়।আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৮,৭৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮১,৩৫০ টকা। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5