Gold Price Today: মাঘৰ প্ৰথম দিনটোত গুৱাহাটীত কিমান টকাত বিক্ৰী হৈছে সোণ? | gold and silver price in guwahati on 15th january 2025 Assam news - Assam Tv9

Gold Price Today: মাঘৰ প্ৰথম দিনটোত গুৱাহাটীত কিমান টকাত বিক্ৰী হৈছে সোণ?

Updated On: 

15 Jan 2025 11:51 AM

দীৰ্ঘদিন ধৰি ভাৰতীয় সংস্কৃতি আৰু অৰ্থনীতিত সোণ এক গুৰুত্বপূৰ্ণ সম্পদ হৈ আহিছে। যি ৰীতি-নীতি, বিনিয়োগ আৰু সম্পদৰ ভাণ্ডাৰ হিচাপে এক অপৰিহাৰ্য ভূমিকা পালন কৰে। যোৱা কেইটামান দশকত ভাৰতত সোণৰ দামে এক সাধাৰণ উৰ্ধমুখী প্ৰৱণতা প্ৰদৰ্শন কৰিছে। যাৰ ফলত সময়ে সময়ে দামৰ তাৰতম্য দেখা যায়।

1 / 5 আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮০,০৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৩,৪০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৩,৫০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮০,০৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৩,৪০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৩,৫০০ টকাত বিক্ৰী হৈছে।

2 / 5

১৫ জানুৱাৰীত দিল্লীত ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দাম ৮০,১০০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৩,১৪০ টকা। দিল্লীত আজি ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯২,৪০০ টকা।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,০০৭ টকা ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৩৪০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬০০৬ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬০,০৬০ টকা, ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৩,৪০০ টকা আৰু ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮০,০৭০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে গুৱাহাটীৰ বজাৰত আজি ৰূপৰ দৰ অপৰিৱৰ্তিত থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৩.৫০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম সোণৰ দাম হৈছে ৯৩,৫০০ টকা।

সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...
ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?