শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Rate Today: আজি গুৱাহাটীৰ বজাৰত কিমান দৰত বিক্ৰী সোণ-ৰূপ?

সোণৰ মূল্য প্ৰতি বছৰে বাঢ়ি আহিছে। এতিয়া বিনিয়োগকাৰীসকলে সোণক এক গুৰুত্বপূৰ্ণ বিনিয়োগ হিচাপে বিবেচনা কৰিছে। গুড ৰিটাৰ্ণৰ তথ্যনসৰি আজি ভাৰতত হ্ৰাস পাইছে সোণৰ মূল্য।

barasha-misra
Barasha Misra | Published: 15 Mar 2025 11:22 AM
আজি ভাৰতত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৯৮২ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,২৩৫ টকা, আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৬,৭৩৮ টকা হৈছে।

1 / 5
সোণৰ মূল্য প্ৰতি বছৰে বাঢ়ি আহিছে। এতিয়া বিনিয়োগকাৰীসকলে সোণক এক গুৰুত্বপূৰ্ণ বিনিয়োগ হিচাপে বিবেচনা কৰিছে। গুড ৰিটাৰ্ণৰ তথ্যনসৰি আজি ভাৰতত হ্ৰাস পাইছে সোণৰ মূল্য।

সোণৰ মূল্য প্ৰতি বছৰে বাঢ়ি আহিছে। এতিয়া বিনিয়োগকাৰীসকলে সোণক এক গুৰুত্বপূৰ্ণ বিনিয়োগ হিচাপে বিবেচনা কৰিছে। গুড ৰিটাৰ্ণৰ তথ্যনসৰি আজি ভাৰতত হ্ৰাস পাইছে সোণৰ মূল্য।

2 / 5
আজি গুৱাহাটীত ১ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৮, ৪২০ টকা আৰু ২৪ কেৰেট ১ গ্ৰাম সোণৰ দাম ৮,৮৪১ টকা।

3 / 5
শনিবাৰে গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮, ৯৭৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,২৩০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৭৩৪ টকা হৈছিল।

4 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১০৩ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,০৩,০০০ টকা। শনিবাৰে দেশত  প্ৰতি কিলোগ্ৰাম ৰূপ ১,০৩,০০০ টকাত বিক্ৰী হৈছে।

5 / 5