Gold Price Today: আকৌ দামবৃদ্ধি! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান? | gold and silver price in guwahati on 16th january 2025 Assam news - Assam Tv9

Gold Price Today: আকৌ দামবৃদ্ধি! আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ দৰ কিমান?

Updated On: 

16 Jan 2025 11:47 AM

আন্তঃৰাষ্ট্ৰীয় বজাৰৰ হাৰ, আমদানি শুল্ক, কৰ, আৰু বিনিময় হাৰৰ উত্থান-পতনে ভাৰতত সোণৰ দাম প্ৰভাৱিত কৰে। এই কাৰকসমূহে একেলগে সমগ্ৰ দেশতে দৈনিক সোণৰ হাৰ নিৰ্ধাৰণ কৰে। জানো আহক আজি গুৱাহাটীত কিমান দামত বিক্ৰী হৈছে সোণ আৰু ৰূপ।

1 / 5 আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮০,৬২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৩,৯০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৬,৭০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮০,৬২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৩,৯০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৬,৭০০ টকাত বিক্ৰী হৈছে।

2 / 5

১৬ জানুৱাৰীত দিল্লীত ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দাম ৮০,৭৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৪,০৫০ টকা। দিল্লীত আজি ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৭,৭০০ টকা।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,০৬২ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭,৩৯০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,০৪৭ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬০,৪৭০ টকা, ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৩,৯০০ টকা আৰু ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮০,৬২০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে গুৱাহাটীৰ বজাৰত আজি ৰূপৰ দৰ বৃদ্ধি হোৱা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৫.৫০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম সোণৰ দাম হৈছে ৯৫,৫০০ টকা।

বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?
সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...