Gold Price Today: দাম হ্ৰাস! আজি গুৱাহাটীৰ বজাৰত কিমান সস্তা হ’ল সোণ? – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Gold Price Today: দাম হ্ৰাস! আজি গুৱাহাটীৰ বজাৰত কিমান সস্তা হ’ল সোণ?

Published: 

18 Jan 2025 10:50 AM

Gold price and silver rate today: বিগত তিনিটা ব্যৱসায়িক দিনত সোণৰ দাম ১৪০০ টকাতকৈও অধিক বৃদ্ধি হৈছে। বুধবাৰে, সোণৰ দাম প্ৰতি দহ গ্ৰামত ২২০ টকা বৃদ্ধি হৈছে। বৃহস্পতিবাৰে, সোণৰ দাম ৫০০ টকা বৃদ্ধি হৈছে। শুকুৰবাৰে সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭০০ টকা বৃদ্ধি হৈ অভিলেখ স্তৰৰ ওচৰত উপনীত হৈছিল। কিন্তু শনিবাৰৰ দিনটোত সোণৰ দাম ১০ গ্ৰামত ১৫০ টকা হ্ৰাস পাইছে।

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮১,১১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৪,৩৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৬,৫০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮১,১১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৪,৩৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৬,৫০০ টকাত বিক্ৰী হৈছে।

2 / 5

১৮ জানুৱাৰীত দিল্লীত ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দাম ৮১,২৬০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৪,৫০০ টকা। দিল্লীত আজি ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৫,৫০০ টকা।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,১১১ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭,৪৩৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,০৮৩ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬০,৮৩০ টকা। যি শুকুৰবাৰে আছিল ৬০,৯৬০ টকা। আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৪,৩৫০ টকা। শুকুৰবাৰে দাম আছিল ৭৪,৫০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮১,১১০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে। যি শুকুৰবাৰে ৮১, ২৭০ টকা আছিল।

5 / 5

ইফালে গুৱাহাটীৰ বজাৰত ৰূপৰ দৰ অপৰিৱৰ্তিত হৈ থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৬.৫০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম সোণৰ দাম হৈছে ৯৬,৫০০ টকা।

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?