শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Gold Price Today: সোণ কিনাৰ কথা ভাবিছে নেকি? চাওক আজি গুৱাহাটীত সোণৰ দৰ কিমান?

Gold price and silver rate today: বিভিন্ন সময়ত সোণৰ দামত উত্থান-পতন দেখা যায়। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ হাৰ, আমদানি শুল্ক, কৰ, আৰু বিনিময় হাৰৰ উত্থান-পতনে ভাৰতত সোণৰ দাম প্ৰভাৱিত কৰে। আজি গুৱাহাটীত কিমান দামত বিক্ৰী হৈছে সোণ আৰু ৰূপ? সবিশেষ জানক...

trishna-kalita
Trishna Kalita | Published: 19 Jan 2025 14:16 PM
আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮১,২৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৪,৫২০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৬,৫০০ টকাত বিক্ৰী হৈছে।

1 / 5

2 / 5
ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,১১১ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭,৪৩৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,০৮৩ টকা হৈছে।

3 / 5
আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬০,৮৩০ টকা।  আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৪,৩৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮১,১১০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5
ইফালে গুৱাহাটীৰ বজাৰত ৰূপৰ দৰ অপৰিৱৰ্তিত হৈ থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৬.৫০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম সোণৰ দাম হৈছে ৯৬,৫০০ টকা।

5 / 5
Latest Stories