Gold Price Today: পুনৰ দামত পৰিৱৰ্তন! আজি গুৱাহাটীৰ বজাৰত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ? | gold and silver price in guwahati on 22th january 2025 wednesday Assam news - Assam Tv9

Gold Price Today: পুনৰ দামত পৰিৱৰ্তন! আজি গুৱাহাটীৰ বজাৰত কিমান দৰত বিক্ৰী হৈছে সোণ-ৰূপ?

Published: 

22 Jan 2025 14:27 PM

Gold price and silver rate 22th January: ড'নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণৰ পিছতে দিল্লীৰ বজাৰত সোণৰ দাম বৃদ্ধি পাইছে। যাৰ পিছত দিল্লীত সোণৰ মূল্য অভিলেখ উচ্চতাৰ খুব ওচৰত উপনীত হৈছে। দেশৰ আন আন বজাৰতো আজি সোণ আৰু ৰূপৰ দাম বৃদ্ধি পাইছে। জানো আহক আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ...

1 / 5 আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮২,০৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৫,২৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৬,৫০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮২,০৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৫,২৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৬,৫০০ টকাত বিক্ৰী হৈছে।

2 / 5

২২ জানুৱাৰীত দিল্লীত ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দাম ৮২,২৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৫,৪০০ টকা। দিল্লীত আজি ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৬,৫০০ টকা।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,১১১ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭,৪৩৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,০৮৩ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬১,৫৭০ টকা। আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৫,২৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮২,০৯০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে গুৱাহাটীৰ বজাৰত ৰূপৰ দৰ অপৰিৱৰ্তিত হৈ থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৬.৫০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম সোণৰ দাম হৈছে ৯৬,৫০০ টকা।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ