শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Price Today: গণৰাজ্য দিৱসৰ দিনটোত গুৱাহাটীৰ বজাৰত কিমান দামত বিক্ৰী হৈছে সোণ?

Gold Price Today: আজি দেশে উদযাপন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস। বিভিন্ন সময়ত বিভিন্ন কাৰকৰ ফলত সোণৰ দামত উত্থান-পতন দেখা যায়। জানো আহক আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ...

trishna-kalita
Trishna Kalita | Updated On: 26 Jan 2025 14:37 PM
আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮২,৪২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৫,৫০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৭,৫০০ টকাত বিক্ৰী হৈছে।

1 / 5
২৬ জানুৱাৰীত দিল্লীত ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দাম ৮২,৫৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৫,৭০০ টকা। দিল্লীত আজি ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৭,৫০০ টকা।

2 / 5
ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,২৪২ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭,৫৫৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,১৮২ টকা হৈছে।

3 / 5
আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬১,৮২০ টকা। আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৫,৫৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮২,৪২০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5
ইফালে গুৱাহাটীৰ বজাৰত ৰূপৰ দৰ অপৰিৱৰ্তিত হৈ থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৭.৫০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম সোণৰ দাম হৈছে ৯৭,৫০০ টকা।

Silver Price

5 / 5