Gold Rate Today: সোণ কিনাৰ সুবৰ্ণ সুযোগ! গুৱাহাটীৰ বজাৰত আজি কিমান হ্ৰাস পালে সোণৰ দাম?
Gold and Silver Rate Guwahati: ২৭ ফেব্ৰুৱাৰীৰ দিনটোত আজি দিল্লীৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৭,৫৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,২৫০ টকা। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5