শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold Rate Today: আকৌ হ্ৰাস পালে সোণৰ দাম! গুৱাহাটীত আজি ১০ গ্ৰাম সোণ কিমান টকাত বিক্ৰী হৈছে?

Gold and Silver Rate Guwahati: সোণৰ দাম প্ৰায়ে পৰিবৰ্তন হৈ থকা দেখা যায়। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৬,৯৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৯,৭৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৮,০০০ টকাত বিক্ৰী হৈছে। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

trishna-kalita
Trishna Kalita | Updated On: 28 Feb 2025 16:33 PM
আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম  ৮৬,৮৪০  টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম  ৭৯,৬০০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৭,০০০ টকাত বিক্ৰী হৈছে।

1 / 5
দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৬,৯৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৯,৭৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৮,০০০ টকাত বিক্ৰী হৈছে।

2 / 5
ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৬৮৪ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭,৯৬০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৫১৩ টকা হৈছে।

3 / 5
আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৫,১৩০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৯,৬০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৬,৮৪০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।  বৃহস্পতিবাৰে গুৱাহাটীত ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮০,১০০ টকা আৰু ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৩৮০ টকা আছিল।

4 / 5
ইফালে গুৱাহাটীৰ বজাৰত হ্ৰাস পালে ৰূপৰ দৰ। আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৭ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৭,০০০ টকা।

5 / 5