Gold Price Today: আজি গুৱাহাটীৰ বজাৰত কিমান দামত বিক্ৰী হৈছে সোণ-ৰূপ? সবিশেষ জানক | gold and silver price in guwahati on 8th February 2025 saturday Assam news - Assam Tv9

Gold Price Today: আজি গুৱাহাটীৰ বজাৰত কিমান দামত বিক্ৰী হৈছে সোণ-ৰূপ? সবিশেষ জানক

Published: 

08 Feb 2025 13:06 PM

Gold price and silver rate 8th February: নিৰ্বাচনৰ দিনটোত দিল্লীৰ বজাৰত সোণৰ দামে ইতিমধ্যে ৮৬ হাজাৰ টকাৰ স্তৰ অতিক্ৰম কৰিছে। সোণৰ দাম বৃদ্ধিৰ কাৰণ হৈছে ডলাৰৰ মূল্য হ্ৰাস। শনিবাৰে গুৱাহাটীত সোণৰ দামে ৮৬ হাজাৰ টকাৰ স্তৰ অতিক্ৰম কৰে।

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৬,৬৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৯,৪৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৬,৬৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৯,৪৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকাত বিক্ৰী হৈছে।

2 / 5

৮ ফেব্ৰুৱাৰীত দিল্লীত ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দাম ৮৬,৮২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৯,৬০০ টকা। দিল্লীত আজি ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকা।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৬৬৭ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭,৯৪৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৫০১ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৫,০১০ টকা। আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৯,৪৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৬,৬৭০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে গুৱাহাটীৰ বজাৰত ৰূপৰ দৰ অপৰিৱৰ্তিত হৈ থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৯.৫০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৯,৫০০ টকা।

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ