গুড ৰিটাৰ্ণছৰ আজি তথ্য অনুসৰি বৃহস্পতিবাৰে দেশৰ বজাৰত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৮,৮৩০ টকা। একেদৰে ২২ কেৰেট সোণ ১০ গ্ৰামত ৭২,২৬০ টকাত বিক্ৰী হৈছে। ভাৰতত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭৮৮৩ টকা। দেশত আজি ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭২২৬ টকা হৈছে। ইফালে আজি দাম প্ৰতি কিলোগ্ৰামত ৯২,৪০০ টকা।