Gold Price Today: আকৌ পৰিৱৰ্তন! আজি সোণ কিনাৰ পূৰ্বে জানি লওক ইয়াৰ দামৰ সবিশেষ... | gold and silver price in guwahati on 9th january 2025 Thursday know gold rates in other cities Assam news - Assam Tv9

Gold Price Today: আকৌ পৰিৱৰ্তন! আজি সোণ কিনাৰ পূৰ্বে জানি লওক ইয়াৰ দামৰ সবিশেষ…

Updated On: 

09 Jan 2025 10:47 AM

নিৰন্তৰভাৱে সলনি হৈ আছে সোণ আৰু ৰূপৰ দাম ।গহনাত ২২ কেৰেট সোণ ব্যৱহাৰ কৰা হয়। এই সোণ ৯১,৬ % বিশুদ্ধ। যেতিয়াই আপুনি গহনা ক্ৰয় কৰে, ইয়াৰ হলমাৰ্কৰ বিষয়ে ভালদৰে জানিক লওক। আজি দেশৰ বজাৰৰ লগতে গুৱাহাটীত সোণৰ দাম কিমান? সবিশেষ জানো আহক...

1 / 6গুড ৰিটাৰ্ণছৰ আজি তথ্য অনুসৰি বৃহস্পতিবাৰে দেশৰ বজাৰত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৮,৮৩০ টকা। একেদৰে ২২ কেৰেট সোণ ১০ গ্ৰামত ৭২,২৬০ টকাত বিক্ৰী হৈছে।  ভাৰতত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭৮৮৩ টকা। দেশত আজি ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭২২৬ টকা হৈছে। ইফালে আজি দাম প্ৰতি কিলোগ্ৰামত   ৯২,৪০০ টকা।

গুড ৰিটাৰ্ণছৰ আজি তথ্য অনুসৰি বৃহস্পতিবাৰে দেশৰ বজাৰত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৮,৮৩০ টকা। একেদৰে ২২ কেৰেট সোণ ১০ গ্ৰামত ৭২,২৬০ টকাত বিক্ৰী হৈছে। ভাৰতত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭৮৮৩ টকা। দেশত আজি ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭২২৬ টকা হৈছে। ইফালে আজি দাম প্ৰতি কিলোগ্ৰামত ৯২,৪০০ টকা।

2 / 6

জানুৱাৰীৰ ৯ তাৰিখে দিল্লীত ২৪ কেৰেটৰ সোণৰ দাম হৈছে বাবে ৭৮,৯৮০/১০ গ্ৰাম। ইফালে ২২ কেৰেটৰ বাবে ৭২,৮১০/১০ গ্ৰাম বিক্ৰী হৈছে। ৯ জানুৱাৰীত দিল্লীত ৰূপৰ দাম ৯২,৪০০ টকা/কিলোগ্ৰাম।

3 / 6

মুম্বাইত আজি ২৪ কেৰেট সোণৰ দাম ৭৮,৮৩০/১০ গ্ৰাম। একেদৰে ২২ কেৰেটৰ সোণ ৭২,২৬০/১০ গ্ৰামত উপলব্ধ। ৯ জানুৱাৰীত মুম্বাইত ৰূপৰ দাম ৯২,৪০০ টকা/কিলোগ্ৰাম।

4 / 6

কলকাতাত আজি ২৪ কেৰেট সোণৰ দাম ৭৮,৮৩০/১০ গ্ৰাম। একেদৰে ২২ কেৰেটৰ সোণ ৭২,২৬০/১০ গ্ৰামত বিক্ৰী হৈছে। আজি কলকাতাত ৰূপৰ দাম ৯২,৪০০ টকা/কিলোগ্ৰাম।

5 / 6

৯ জানুৱাৰীত চেন্নাইত ২৪ কেৰেট সোণৰ দাম ৭৮,৮৩০//১০ গ্ৰাম টকা। একেদৰে ২২ কেৰেটৰ দাম ৭২,২৬০/১০ গ্ৰাম। আজি জানুৱাৰীত চেন্নাইত ৰূপৰ দাম ৯৯,৯০০ টকা/কিলোগ্ৰাম।

6 / 6

আজি গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণ ৭২, ৬০০ টকা আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণ ৭৯,২০০ টকাত বিক্ৰী হৈছে। গুৱাহাটীত আজি প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ দাম সোণৰ দাম ৭২৬০ টকা। একেদৰে প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৭৯২০ টকা। ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি কি: গ্ৰাম ৯২,৪০০ টকা হৈছে।

শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে
পাকঘৰত হাতৰ পৰা বাৰে বাৰে পৰি যায় নেকি এইসমূহ সামগ্ৰী? সাৱধান...
ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?