ব'হাগ মানেই বিয়া ! আজি গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান ? জানক | Gold and Silver Price Today in Guwahati: Check 24K and 22K Gold Rates on April 14, 2025 Assam news - Assam Tv9

ব’হাগ মানেই বিয়া ! আজি গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান ? জানক

Published: 

14 Apr 2025 12:16 PM

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫ হাজাৰ ৫১০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭ হাজাৰ ৫৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৯০০ টকাত বিক্ৰী হৈছে। চাওক গুৱাহাটীত আজি সোণৰ ৰূপৰ দাম কিমান ?

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫ হাজাৰ ৫১০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭ হাজাৰ ৫৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৯০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫ হাজাৰ ৫১০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭ হাজাৰ ৫৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৯০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫,৬৬০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭,৭০০ টকা । দিল্লীত প্ৰতি কিলোগ্ৰাম ৰূপ ৯৯ হাজাৰ ৯০০ টকাত বিক্ৰী হৈছে।

3 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৫৫১ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭৫৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,১৬৪ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭১,৬৪০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮৭,৫৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৫,৫১০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৯.৯০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৯,৯০০ টকা।

মন পচন্দৰ জীৱনসংগী পাবলৈ কি কি কৰিব লাগিব? প্ৰেমানন্দ মহাৰাজে ক'লে...
আজৱ! এইখন দেশত নিষিদ্ধ কণ্ডম, চেনিটেৰী পেড, গৰ্ভ নিৰোধক ব্যৱহাৰত...
যকৃতৰ কৰ্কট ৰোগ হোৱাৰ পূৰ্বে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
বিহুৰ সময়ত সাতশাকী খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে? তালিকাত কি কি শাক আছে...