আজি গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান ? জানক | Gold and Silver Prices in Guwahati Today Assam news - Assam Tv9

আজি গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান ? জানক

Published: 

21 Apr 2025 12:19 PM

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮ হাজাৰ ৩৫০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০ হাজাৰ ১৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০১,০০০ টকাত বিক্ৰী হৈছে। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান ?

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮ হাজাৰ ৩৫০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০ হাজাৰ ১৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০১,০০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮ হাজাৰ ৩৫০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০ হাজাৰ ১৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০১,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৮,৫০০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯০,৩০০ টকা । দিল্লীত প্ৰতি কিলোগ্ৰাম ৰূপ ১,০১,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৮৩৫ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,০১৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৩৭৬ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৩,৭৬০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯০,১৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৮,৩৫০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ১০১ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,০১,০০ টকা।

চাণক্যৰ মতে এজন ব্যক্তিৰ কি কি গুণে সন্মান বৃদ্ধি কৰে ?
যকৃত বিকল হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক সকলো...
ভগৱান হনুমানক আগবঢ়াওক এইসমূহ বস্তু, পূৰ হ'ব সকলো মনোকামনা
কিয় পালন কৰা হয় সতী সাধিনী দিৱস? বীৰাংগনা 'সাধিনী'ৰ বীৰত্বৰ কাহিনী জানক..