শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি গুৱাহাটীৰ বজাৰত সোণৰ দাম কিমান ? চাওক…

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯২ হাজাৰ ৮৪০ টকা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৫,১০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০৫,০০০ টকাত বিক্ৰী হৈছে।

manas-borah
Manas Borah | Published: 01 Apr 2025 12:57 PM
আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯২ হাজাৰ ৮৪০ টকা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৫,১০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০৫,০০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯২ হাজাৰ ৮৪০ টকা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৫,১০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০৫,০০০ টকাত বিক্ৰী হৈছে।

1 / 5
দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯২,৯৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৫, ২৫০ টকা । দিল্লীত প্ৰতি কিলোগ্ৰাম ৰূপ ১,০৫,০০০ টকাত বিক্ৰী হৈছে।

2 / 5
গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,২৮৪ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৫১০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৯৬৪ টকা হৈছে।

3 / 5
আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৯,৬৩০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮৫,১০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯২,৮৪০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

4 / 5
গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ১০৫ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,০৫,০০০ টকা।

5 / 5