সোণৰ অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে নেকি? চাওক আজি গুৱাহাটীত সোণৰ দাম কিমান... | Gold and silver rate in Guwahati Assam today, see details here Assam news - Assam Tv9

Gold Price Today: সোণৰ অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে নেকি? চাওক আজি গুৱাহাটীত সোণৰ দাম কিমান…

Published: 

17 Feb 2025 12:59 PM

আমাৰ সমাজত সোণৰ অলংকাৰৰ বিশেষ গুৰুত্ব পৰিলক্ষিত হয়। সেয়ে সোণৰ অলংকাৰ ক্ৰয়ৰ ইচ্ছা অধিকাংশ লোকৰে থাকে। সাধাৰণতে প্ৰতিটো দিনতে বজাৰত সোণৰ দামৰ উত্থান-পতন ঘটে। গতিকে সোণৰ অলংকাৰ ক্ৰয়ৰ কথা ভাবিছে যদি আজি অসমত তথা গুৱাহাটীত সোণৰ দাম কিমান চাওঁ আহক।

1 / 5দেশৰ বজাৰত আজি সোণৰ দাম যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি দেশত সোণৰ দাম ২২ কেৰেটৰ ক্ষেত্ৰত প্ৰতি গ্ৰামত ৫০ টকা, ২৪ কেৰেটত ৫৫ টকা আৰু ১৮ কেৰেটত টকা ৪১ টকা বৃদ্ধি হৈছে।

দেশৰ বজাৰত আজি সোণৰ দাম যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি দেশত সোণৰ দাম ২২ কেৰেটৰ ক্ষেত্ৰত প্ৰতি গ্ৰামত ৫০ টকা, ২৪ কেৰেটত ৫৫ টকা আৰু ১৮ কেৰেটত টকা ৪১ টকা বৃদ্ধি হৈছে।

2 / 5

এইদৰে আজি দেশৰ বজাৰত ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ দাম ৭,৯৪০ টকা, ২৪ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ৮,৬৬২ টকা হৈছে। একেদৰে আজি প্ৰতিগ্ৰাম ১৮ কেৰেট সোণ ৬,৪৯৭ টকা দৰত বিক্ৰী হৈছে। দেশৰ লগতে গুৱাহাটীৰ বজাৰতো এই পৰিৱৰ্তন দেখা গৈছে।

3 / 5

দেশৰ বজাৰৰ দৰেই গুৱাহাটীতো আজি ২২ কেৰেট সোণত ৫০ টকা, ২৪ কেৰেটত ৫৫ টকা আৰু ১৮ কেৰেট সোণ প্ৰতিগ্ৰামত ১৩ টকা বৃদ্ধি পাইছে। আজি গুৱাহাটীত প্ৰতিগ্ৰাম ২২ কেৰেট সোণ ৭,৯৪০ টকা, ২৪ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ৮,৬৬২ টকা আৰু প্ৰতিগ্ৰাম ১৮ কেৰেট সোণৰ দাম ৬,৪৯৭ টকা হৈছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে।

4 / 5

এই দৰ অনুসৰি আজি গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণ ৭৯,৪০০ টকা দৰত উপলব্ধ হ’ব। সেইদৰে ২৪ কেৰেট সোণ দহগ্ৰামৰ দাম হ’ব ৮৬,৬২০ টকা আৰু ১০ গ্ৰাম ১৮ কেৰেট সোণৰ দাম হ’ব ৬৪,৯৯০ টকা।

5 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি বজাৰত ৰূপৰ দাম অপৰিৱৰ্তিত হৈ আছে। দেশত আজি এক গ্ৰাম ৰূপৰ দাম হৈছে ১০০.৫০ টকা। অৰ্থাৎ এক কিলোগ্ৰাম ৰূপৰ দাম আজি বজাৰত ১,০০,৫০০ টকা হৈছে। গুৱাহাটীতো আজি ৰূপৰ এই দৰেই প্ৰযোজ্য হৈছে।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?