শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিহুলৈ মাজত কেইটামান দিনঃ প্ৰিয়জনক উপহাৰ দিয়াৰ কথা ভাবিছে যদি চাওক গুৱাহাটীত আজি সোণৰ দৰ

বজাৰত প্ৰতিটো দিনতে সোণৰ দামৰ উত্থান-পতন ঘটে। কেতিয়াবা যদি সোণৰ মূল্য হঠাতে বৃদ্ধি পায়, কেতিয়াবা আকৌ মূল্য হ্ৰাস পোৱাও পৰিলক্ষিত হয়। সোণৰ অলংকাৰ ক্ৰয় কৰাৰ কথা ভাবিছে যদি আজি অসমত তথা গুৱাহাটীত সোণৰ দাম কিমান চাওঁ আহক।

monjit-dutta
Monjit Dutta | Published: 16 Mar 2025 16:34 PM
দেশৰ বজাৰত আজি সোণৰ দাম কালিৰ দৰৰ সৈতে অপৰিৱৰ্তিত থকা দেখিবলৈ পোৱা গৈছে। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি দেশৰ বজাৰত ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ দাম ৮,২২০ টকা, ২৪ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ৮,৯৬৭ টকা হৈছে।

1 / 5
একেদৰে আজি প্ৰতিগ্ৰাম ১৮ কেৰেট সোণ ৬,৭২৬ টকা দৰত বিক্ৰী হৈছে। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, দেশৰ লগতে আজি গুৱাহাটীৰ বজাৰতো সোণৰ মূল্য অনুৰূপ দেখা গৈছে। গুৱাহাটীতো আজি সোণৰ মূল্য কালিৰ দৰেই অপৰিৱৰ্তিত হৈ আছে।

2 / 5
গুৱাহাটীতো আজি ২২ কেৰেট প্ৰতিগ্ৰামত ২২ কেৰেট সোণ ৮,২২০ টকা, ২৪ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ৮,৯৬৭ টকা আৰু প্ৰতিগ্ৰাম ১৮ কেৰেট সোণৰ দাম ৬,৭২৬ টকা হৈছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে।

3 / 5
এই দৰ অনুসৰি আজি গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম হ’ব ৮২,২০০ টকা। সেইদৰে দহগ্ৰাম ২৪ কেৰেট সোণ আজি গুৱাহাটীত ৮৯,৬৭০ টকা আৰু ১৮ কেৰেট সোণৰ ১০ গ্ৰাম ৬৭,২৬০ টকা দৰত উপলব্ধ হ’ব।

4 / 5
সোণৰ লগতে গুৱাহাটীৰ বজাৰত আজি ৰূপৰ দামো অপৰিৱৰ্তিত হৈ আছে বুলি গুড ৰিটাৰ্ণছে প্ৰকাশ কৰিছে। গুৱাহাটীৰ বজাৰত আজি এক গ্ৰাম ৰূপৰ দাম হৈছে ১০৩ টকা। অৰ্থাৎ এক কিলোগ্ৰাম ৰূপ আজি গুৱাহাটীৰ বজাৰত ১,০৩,০০০ টকাত উপলব্ধ হ’ব।

5 / 5