Gold rate Today: হ্ৰাস পালে মূল্য! আজিৰ দিনটোত অসমত সোণ-ৰূপৰ মূল্য কিমান, জানক... | Gold price today 17th march silver price guwahati assam know in details Assam news - Assam Tv9

Gold rate Today: হ্ৰাস পালে মূল্য! আজিৰ দিনটোত অসমত সোণ-ৰূপৰ মূল্য কিমান, জানক…

Published: 

17 Mar 2025 12:36 PM

Gold rate Today: সোণ-ৰূপ ক্ৰয় কৰাৰ কথা চিন্তা কৰিলে যদি আজিৰ দিনটো আপোনাৰ বাবে ভাল। কিয়নো হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। কালিৰ দিনটোতকৈ আজিৰ বজাৰত দাম কমিল সোণ-ৰূপৰ।

1 / 5সোণ ক্ৰয় কৰিব বিচৰাসকলৰ বাবে ভাল খবৰ। সোমবাৰৰ দিনটোত হ্ৰাস পালে সোণৰ মূল্য। ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮৯৮৩.৩ টা, যি ১০.০ টকা হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতিগ্ৰামত ৮২৩৬.৩ টকা, যি ১০.০ টকা হ্ৰাস পাইছে।

সোণ ক্ৰয় কৰিব বিচৰাসকলৰ বাবে ভাল খবৰ। সোমবাৰৰ দিনটোত হ্ৰাস পালে সোণৰ মূল্য। ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮৯৮৩.৩ টা, যি ১০.০ টকা হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতিগ্ৰামত ৮২৩৬.৩ টকা, যি ১০.০ টকা হ্ৰাস পাইছে।

2 / 5

১৭ মাৰ্চৰ দিনটোত গুৱাহাটীত ২২ কেৰেট সোণৰ মূল্য ৮,২১০ টকা আৰু ১০ গ্ৰামৰ মূল্য ৮২,১০০ টকা। কালিৰ দিনটোত ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,২২০ টকাৰ বিপৰীতে ১০ গ্ৰামৰ মূল্য আছিল ৮২,২০০ টকা।

3 / 5

আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,৯৬৫ টকা আৰু ১০ গ্ৰামৰ মূল্য ৮৯,৫৬০ টকা। কালিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য আছিল ৮,৯৬৭ টকা আৰু ১০ গ্ৰামৰ মূল্য আছিল ৮৯,৬৭০ টকা।

4 / 5

ইয়াৰোপৰি আজিৰ দিনটোত গুৱাহাটী তথা অসমত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৬,৭১৮ টকা আৰু ১০ গ্ৰামৰ মূল্য ৬৭,১৮০ টকা। কালিৰ দিনটোত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য আছিল ৬,৭২৬ টকা আৰু ১০ গ্ৰামৰ মূল্য আছিল ৫৩,৮০৮ টকা।

5 / 5

আজিৰ দিনটোত গুৱাহাটীত ৰূপৰ মূল্য প্ৰতিগ্ৰামত ১০২.৯০ টকা আৰু প্ৰতি কিলোত ১,০২,৯০০ টকা। কালিৰ দিনটোত ১ গ্ৰাম ৰূপৰ মূল্য আছিল ১০৩ টকা প্ৰতি গ্ৰাম আৰু ১,০৩,০০০ টকা প্ৰতিকিলো। অৰ্থাৎ কালিৰ দিনটোতকৈ সোণ-ৰূপৰ মূল্য কিছু পৰিমাণে হ্ৰাস পাইছে।

৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...