শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold rate Today: হ্ৰাস পালে নে বৃদ্ধি হ’ল? আজিৰ দিনটোত গুৱাহাটীৰ বজাৰত সোণৰ মূল্য কিমান, জানক

Gold rate Today: প্ৰায় প্ৰতিদিনে সোণ-ৰূপৰ মূল্যত হ্ৰাস-বৃদ্ধি হোৱা দেখা যায়। আজিৰ দিনটোতো গুৱাহাটীত সোণ- ৰূপৰ মূল্য কালিতকৈ কিছু পাৰ্থক্য দেখা গৈছে।

barasha-sarma
Barasha Sarma | Published: 18 Mar 2025 11:33 AM
প্ৰায় প্ৰতিদিনে সোণ-ৰূপৰ মূল্য হ্ৰাস বৃদ্ধি হৈ থাকে। বিশ্বৰ বজাৰৰ মূল্য ভাৰততো পৰে।  আজিৰ দিনটোত হ্ৰাস পাইছে সোণৰ মূল্য। ১৮ মাৰ্চত ৰাজধানী দিল্লীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৮৯,৭২৩ টকা আৰু ১ কিলো ৰূপৰ দাম ১,০৫,৯০০ টকা।

1 / 5
গুৱাহাটীৰ বজাৰত আজিৰ দিনটোত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৯০,০০০ টকা, ইয়াৰ বিপৰীতে ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,০০০ টকা।

2 / 5
গুৱাহাটীৰ বজাৰত আজিৰ দিনটোত ২২ কেৰেট ১০গ্ৰাম সোণৰ মূল্য ৮২,৫০০ টকা, আৰু ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,২৫০ টকা।  গুড ৰিটাৰ্ণে জাৰি কৰিছে এই তথ্য।

3 / 5
ইয়াৰোপৰি ১৮ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য আজিৰ দিনটোত ৬৭,৫০০ টকা আৰু ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৬,৭৫০ টকা।   দেশৰ বিভিন্ন প্ৰান্তত সোণৰ দাম হ্ৰাস পালেও গুৱাহাটীৰ বজাৰত কিছু বৃদ্ধি হোৱা দেখা যায়।

4 / 5
ইয়াৰ বিপৰীতে প্ৰতিগৰাকী ৰূপৰ মূল্য ১ কিলোত ১,০৪,০০০ টকা আৰু ১ গ্ৰাম ৰূপৰ মূল্য ১০৪ টকা। ৰূপৰ মূল্যও কালিৰ তুলনাত কিছু পৰিমাণে বৃদ্ধি হোৱা দেখা গৈছে।

5 / 5