Gold price guwahati: মাত্ৰ ৯৬.৫০টকা! জানক আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য... | gold silver price guwahati 21st January know the rate of gold guwahati assam Assam news - Assam Tv9

Gold price guwahati: মাত্ৰ ৯৬.৫০টকা! জানক আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য…

Published: 

21 Jan 2025 10:54 AM

Gold price Guwahati: প্ৰতিদিনে সোণ- ৰূপৰ দাম হ্ৰাস-বৃদ্ধি হৈ থাকে। আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ দাম কালিৰ দৰে প্ৰায় একেই আছে। আজিৰ দিনটোত ৰূপ প্ৰতিগ্ৰামৰ মূল্য মাত্ৰ ৯৬.৫০টকা।

1 / 5সোণ-ৰূপৰ বজাৰত দৰ হ্ৰাস-বৃদ্ধি হয়েই থাকে। সেয়ে প্ৰতিদিনে সোণ-ৰূপৰ দাম বেলেগ বেলেগ হোৱা দেখা যায়। দেশৰ বিভিন্ন প্ৰান্তত সোণৰ দাম ভিন্ন থাকে। অসমতো এই দামৰ কিছু পাৰ্থক্য দেখা যায়।

সোণ-ৰূপৰ বজাৰত দৰ হ্ৰাস-বৃদ্ধি হয়েই থাকে। সেয়ে প্ৰতিদিনে সোণ-ৰূপৰ দাম বেলেগ বেলেগ হোৱা দেখা যায়। দেশৰ বিভিন্ন প্ৰান্তত সোণৰ দাম ভিন্ন থাকে। অসমতো এই দামৰ কিছু পাৰ্থক্য দেখা যায়।

2 / 5

৯১ মোবাইল নামৰ ৱেবচাইটটোৱে ২১ জানুৱাৰী, ২০২৫ত গুৱাহাটীত সোণৰ দামৰ তথ্য প্ৰকাশ কৰিছে। সেই অনুসৰি আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৮০,০৫৯ টকা আৰু ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৩,৩৩৪ টকা।

3 / 5

ঠিক তেনেদৰে ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৮,০০৬ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭,৩৩৩ টকা। গতিকে অসমৰ অন্য প্ৰান্ততো সোণৰ দাম একেই থকাৰ সম্ভাৱনা আছে।

4 / 5

ইয়াৰ বিপৰীতে গুড ৰিটাৰ্ণে প্ৰকাশ কৰা তথ্য অনুসৰি আজিৰ দিনটোত অসমত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৬.৫০ হোৱাৰ বিপৰীতে প্ৰতিকিলোত ইয়াৰ মূল্য ৯৬.৫০০ টকা। উল্লেখ্য যে, ২০ জানুৱাৰীতো ৰূপৰ মূল্য একেই আছিল।

5 / 5

ইয়াৰ লগতে অল ইণ্ডিয়া চাৰাফা এছ’চিয়েশ্যনৰ তথ্য অনুসৰি সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৮২ হাজাৰ টকা আছিল। ইয়াৰ পূৰ্বে শুকুৰবাৰে সোণৰ দাম ৭০০ টকা বৃদ্ধি পাই অভিলেখ সৃষ্টি কৰি প্ৰতি ১০ গ্ৰামত ৮২ হাজাৰ টকা হৈছিল।

মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হ'ল জানেনে?
প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...