শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gold-silver price in Guwahati: ধনতেৰাচৰ দিনা গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান? জানক সকলো…

Gold-silver rate in guwanati: আজি ধনতেৰাচ। হিন্দু ধৰ্মত আজিৰ দিনটোৰ বিশেষ মান্যতা আছে। এই দিনটোত বহুতে সোণৰ- ৰূপৰ আ- অলংকাৰ আদি ক্ৰয় কৰে। আজিৰ অসমৰ প্ৰায়ভাগ সোণ- ৰূপৰ গহনাৰ দোকানতে গ্ৰাহকৰ ভিৰ দেখা গৈছে। গতিকে আজিৰ দিনটোত গুৱাহাটীত সোণৰ মূল্য কিমান আহক জানো।

barasha-sarma
Barasha Sarma | Published: 29 Oct 2024 15:20 PM
আজি ধনতেৰাচ। এই দিনটোত ধন্বন্তৰীক পূজা কৰা হয়। ধৰ্মীয় মান্যতা অনুসৰি আজিৰ দিনটোত সোণ ৰূপ, বাচন বৰ্তন আদি ক্ৰয় কৰিব লাগে। ধনতেৰাচৰ প্ৰতি লক্ষ্য ৰাখি বিগত কেইটামান দিনত বৃদ্ধি পাইছে সোণৰ দাম। গুৱাহাটীৰ বজাৰত আজিৰ দিনটোৰ সোণ- ৰূপৰ দাম উল্লেখ কৰা হ'ল।

1 / 5
সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিলে সোণে!

সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিলে সোণে!

2 / 5
মানি কন্ট্ৰ'লৰ মতে আজিৰ  দিনটোত গুৱাহাটীত ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৫,৪৫০ টকা। আনহাতে ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৯,২২০ টকা। আজি ১ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭,৫৪৫ টকা আৰু ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৭,৯২২ টকা।

3 / 5
আজিৰ দিনটোত ২২কেৰেট সোণ ৮ গ্ৰামৰ মূল্য ৬০,৩৬০ টকা আৰু ২৪ কেৰেট ৮ গ্ৰাম সোণৰ মূল্য ৬৩.৩৭৬ টকা । গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত সোণ- ৰূপৰ মূল্য প্ৰায় একেই থাকিব।

4 / 5
আজি গুৱাহাটীত ৰূপৰ দাম হৈছে প্ৰতি গ্ৰাম ৯৯ টকা আৰু প্ৰতি কিলো ৯৯,০০০ টকা।  ২৮ অক্টোবৰতকৈ আজি ৰূপৰ দাম ১ হাজাৰ টকা বৃদ্ধি পাইছে। যোৱা ২৪ অক্টোবৰত ৰূপৰ দাম হৈছিল গৈ প্ৰতিকিলো ১,০২,০০০ টকা

5 / 5