শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Guwahati flood: মহানগৰ নহয়, মহাসাগৰ সদৃশ পৰিবেশ! গুৱাহাটীত জলবন্দী জনতা

এজাক বৰষুণৰ পাছতেই গুৱাহাটী মহানগৰীত মহাসাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয়। সোমবাৰৰ দিনটোতো একেই অৱস্থা হোৱা পৰিলক্ষিত হয়। বৰষুণৰ পাছতেই জলবন্দী হৈ পৰে গুৱাহাটীৰ হাজাৰ হাজাৰ জনতা।

barasha-sarma
Barasha Sarma | Updated On: 06 Aug 2024 09:26 AM
বছৰৰ পাছত বছৰ বাগৰিছে। নেতাৰ পাছত নেতা আহিছে। কিন্তু আজিলৈ সমাধান নহ'ল গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা। সোমবাৰে হোৱা বৰষুণৰ পাছতেই গুৱাহাটীত প্ৰৱল কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। যাৰ ফলত জলবন্দী হৈ পৰে জনতা।

1 / 5
৫ আগষ্টত গুৱাহাটী মহানগীৰত হোৱা কৃত্ৰিম বানৰ ফলত সাধাৰণ জীৱন দুৰ্বিসহ হৈ পৰিছিল। কোনো কোনো ঠাইত এক ককাল পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছিল। গুৱাহাটীৰ ইতিহাসত এয়া সৰ্ববৃহত বান বুলি কোৱা হৈছিল।

2 / 5
জু-ৰোজ, জি এছ ৰোড আদি বিভিন্ন ঠাইত সাগৰ সদৃশ পৰিৱেশ। ফ্লাই অভাৰৰ ওপৰত ঘন্টাৰ পাছত ঘন্টা আৱদ্ধ হৈ পৰিছে যাত্ৰী। আধা ঘন্টাৰ বাটচোৱা পাবলৈ মানুহৰ ৫- ৬ ঘন্টা পৰ্যন্ত লাগিছে। গুৱাহাটীৰ বিভিন্ন স্থানত তীব্ৰ যান-যঁট দেখা যায়।

3 / 5
গুৱাহাটী কৃত্ৰিম বান

গুৱাহাটী কৃত্ৰিম বান

4 / 5
এই কৃত্ৰিম বানৰ ফলত মানুহৰ ঘৰত পানী সোমোৱাৰ লগতে ৰাস্তা- পথ আদি সকলো জলমগ্ন হৈ পৰিছিল। ঘন্টাৰ পাছত ঘন্টা ধৰি মানুহে যান-যঁটত আৱদ্ধ হৈ পৰিছিল। জি এছ ৰোডৰ ফ্লাই অভাৰত দীঘল যান- বাহনৰ শাৰী দেখিবলৈ পোৱা গৈছিল। ক'মেও ৮-৯ ঘন্টা মানুহে ৰাস্তাতে থিয় হৈ থাকিবলগীয়া হৈছিল।

5 / 5
Latest Stories