ৰঙালীৰ পূৰ্বে সুৰাপায়ীসকলৰ বাবে ভাল খবৰ ! হ্ৰাস পাব সুৰাৰ দাম, সুৰাৰ বিপনী খোলা ৰখাৰ সময় বৃদ্ধি আবকাৰী বিভাগৰ
সুৰাপায়ী সকলৰ বাবে ভাল খবৰ লৈ আহিছে আবকাৰী বিভাগে ! ৰঙালীৰ প্ৰাকক্ষণত আবকাৰী বিভাগৰ এই সিদ্ধান্তই সুখী কৰিব সুৰাপায়ীসকলক । বাৰ আৰু ৱাইন শ্বপ খোলাৰ ক্ষেত্ৰত নতুন অধিসূচনা জাৰি কৰিছে আবকাৰী বিভাগে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5