শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Health Benefits of Radish: মূলা খাই ভাল পায়নে ? ইয়াৰ স্বাস্থ্যৰ উপকাৰিতা কি ?

এই পাচলি বিধৰ স্বাস্থ্যৰ উপকাৰিতা অধিক। শীতকালত এই পাচলিবিধৰ উৎপাদনও বৃদ্ধি পায় । গতিকে মূলা খোৱাৰ উপকাৰিতা কি ? জানক

manas-borah
Manas Borah | Published: 24 Feb 2025 17:19 PM
মূলা হৈছে এবিধ শিপা-জাতীয় পাচলি । প্ৰায় সংখ্য়ক লোকৰে এই পাচলি বিধ অতি প্ৰিয় । কিন্তু বহুতে ইয়াৰ গোন্ধৰ বাবে এই পাচলিবিধ খাবলৈ ভাল নাপায় । বিশেষকৈ যিসকলৰ গেছৰ সমস্যা আছে তেওঁলোকে প্ৰায়ে এই পাচলি বিধ পৰিহাৰ কৰে ।

1 / 8
কিন্তু এই পাচলি বিধৰ স্বাস্থ্যৰ উপকাৰিতা অধিক ।  শীতকালত এই শাকবিধৰ সোৱাদ অতি ভাল।  তদুপৰি এই সময়ছোৱাত এই পাচলিবিধৰ উৎপাদনও বৃদ্ধি পায় । গতিকে মূলা খোৱাৰ উপকাৰিতা কি ? জানক

2 / 8
মূলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় । ফলত বিভিন্ন ৰোগৰ সংক্ৰমণ বৃদ্ধি পায়। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ বাবে শীতকালত মাজে মাজে মূলা খাব লাগে।

3 / 8
মূলাই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে । এই ক্ষেত্ৰত কেঁচা মূলা চালাড বনাই খাব পাৰে। যদি আপুনি গেছৰ সমস্যাৰ বাবে মূলা খাবলৈ ভয় কৰে তেন্তে উতলাই খাব পাৰে ।

4 / 8
মূলাত পটাছিয়াম থাকে। গতিকে এই পাচলি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। হৃদযন্ত্ৰ সুস্থ হ’লে ষ্ট্ৰোক আৰু হাৰ্ট এটেকৰ সম্ভাৱনা কমি যাব।

5 / 8
মূলাত ভিটামিন চি থাকে। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। সেয়েহে মূলা খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু হজম শক্তি ভাল হয়।

6 / 8
মূলাই শীতকালত শৰীৰৰ উষ্ণতা স্বাভাৱিক স্তৰত ৰখাত সহায় কৰে। গতিকে এই পাচলি খাব পাৰে ।

7 / 8
অসমৰ খেতিয়ক সকলে এই সময়ছোৱাত প্ৰায়ে মূলাৰ খেতি কৰে । গতিকে থালুৱা খেতিয়কে জৈৱক পদ্ধতিৰে উৎপাদন কৰা মূলা বজাৰত উপলব্ধ হয় ।

8 / 8