5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ! কোন জিলাত কিমান ডিগ্ৰীলৈ উঠিল পাৰাস্তম্ভ?

আহিনৰ বতৰতো উৎকট গৰমে দহিছে সমগ্র ৰাজ্য। ঠায়ে ঠায়ে ৩৭ ডিগ্ৰী পৰ্যন্ত ঊৰ্ধ্বগামী হৈছে পাৰাস্তম্ভ। অবাধ বনাঞ্চল ধ্বংসৰ ফলত জলবায়ু পৰিৱৰ্তন। গৰম সহ্য কৰিব নোৱাৰি বিদ্যালয়ত ঢলি পৰিছে শিক্ষক-শিক্ষাৰ্থী। চাওক আহক ৰাজ্যৰ কোন জিলাত কিমান উষ্ণতা?

trishna-kalita
Trishna Kalita | Updated On: 20 Sep 2024 15:57 PM
প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে সাজু হওক ৰাজ্যবাসী। আগন্তুক ৯-১০ দিনলৈ ৰাজ্যত আহিব পাৰে এটা মিনি ‘হিট ৱেভ’। অনাগত ৩-৪ দিনলৈ ৰাজ্যত পৰিব প্ৰচণ্ড গৰম।

1 / 5
অহা দেওবাৰে ৰাজ্যত গৰমে এইবছৰৰ অভিলেখ ৰচাৰ সম্ভাৱনা আছে। ৪০ ডিগ্ৰী পৰ্যন্ত হ’ব পাৰে তাপমাত্ৰা। আজি গুৱাহাটীৰ তাপমাত্ৰা হৈছে সৰ্বাধিক ৩৭ ডিগ্ৰী আৰু সৰ্বনিম্ন ২৯ ডিগ্ৰী।

2 / 5
গোলাঘাটত ৪১ ডিগ্ৰী পৰ্যন্ত হৈছেগৈ উষ্ণতা। গুৱাহাটীত তাপমাত্ৰা  ৩৭, ডিব্ৰুগড়ত ৩৭ শিলচৰত ৩৪.৪, যোৰহাটত  ৩৭, উত্তৰ লখিমপুৰত ৩৭, ধেমাজি ৩৬, তিনিচুকীয়াত ৩৭, হোজাইত ৩৬ ডিগ্ৰী।

3 / 5
ইয়াৰ উপৰিও নগাঁওত ৩৭ , ডিফুত ৩৮, মৰিগাঁওত ৩৭, কৰিমগঞ্জত ৩৬, বৰপেটাত ৩৭, গোৱালপাৰাত ৩৬, ধুবুৰীত ৩৫, বঙাইগাঁওত ৩৬, মাজুলিত ৩৬ ডিগ্ৰীলৈ বৃদ্ধি হৈছে তাপমাত্ৰা।

4 / 5
ৰাজ্যত এনেদৰে বৃদ্ধি হোৱা তাপমাত্ৰাই সাধাৰণতে সকলোকে চিন্তাত পেলাইছে।  সাধাৰণতে আহিন মাহত শেৱালী ফুলে, কুৱলী পৰে, শৰতৰ আগমন ঘটে। কিন্তু এইবাৰ শৰতৰ আগমণৰ কোনো লক্ষণ নাই। জলবায়ু পৰিবৰ্তনে সলনি কৰি পেলাইছে সকলো। এনেক্ষেত্ৰত সকলোৱে সতৰ্কতা অবলম্বন কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

5 / 5
Follow Us
Latest Stories