শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

HS 1st Year Exam: উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষৰ গণিতৰ পৰীক্ষা স্থগিত, অনিবাৰ্য কাৰণত স্থগিত কাইলৈ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বর্ষৰ গণিতৰ পৰীক্ষা স্থগিত। এক জাননীযোগে পৰীক্ষা স্থগিত সিদ্ধান্তৰ কথা প্ৰকাশ কৰে অসম বিদ্যালয় শিক্ষা ব’ৰ্ডে। জানক কেতিয়া অনুষ্ঠিত হ’ব নতুনকৈ গণিতৰ পৰীক্ষা?

barasha-misra
Barasha Misra | Updated On: 20 Mar 2025 17:45 PM
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীলৈ জৰুৰী খবৰ।

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীলৈ জৰুৰী খবৰ।

1 / 5
কাইলৈ অনুষ্ঠিত হ’বলগীয়া গণিতৰ পৰীক্ষা স্থগিত।

কাইলৈ অনুষ্ঠিত হ’বলগীয়া গণিতৰ পৰীক্ষা স্থগিত।

2 / 5
হঠাৎ গণিতৰ পৰীক্ষা স্থগিত ৰখাৰ জাননী জাৰি অসম বিদ্যালয় শিক্ষা ব’ৰ্ডৰ।

হঠাৎ গণিতৰ পৰীক্ষা স্থগিত ৰখাৰ জাননী জাৰি অসম বিদ্যালয় শিক্ষা ব’ৰ্ডৰ।

3 / 5
অতি শীঘ্ৰে ঘোষণা হ’ব গণিতৰ পৰীক্ষাৰ পৰৱৰ্তী দিন।

অতি শীঘ্ৰে ঘোষণা হ’ব গণিতৰ পৰীক্ষাৰ পৰৱৰ্তী দিন।

4 / 5
অনিবাৰ্য কাৰণত স্থগিত ৰখা হৈছে বুলি জানিব দিয়ে অসম বিদ্যালয় শিক্ষা ব’ৰ্ডে। ২১ ফেব্ৰুৱাৰীত হোৱা কথা আছিল গণিত বিষয়ৰ পৰীক্ষা।

অনিবাৰ্য কাৰণত স্থগিত ৰখা হৈছে বুলি জানিব দিয়ে অসম বিদ্যালয় শিক্ষা ব’ৰ্ডে। ২১ ফেব্ৰুৱাৰীত হোৱা কথা আছিল গণিত বিষয়ৰ পৰীক্ষা।

5 / 5